• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ বাগিচাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদৰ দাবীত বিশ্বনাথত আটছাৰ প্ৰতিবাদ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , February 25, 2019 4:21 pm

1 min read

চাহ বাগিচাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদৰ দাবীত বিশ্বনাথত আটছাৰ প্ৰতিবাদ
466
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট আৰু যোৰহাট জিলাত এতিয়াও অব্যাহত আছে বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা। ইয়াৰ মাজতে এফালে যদি প্ৰসাশনে কেৱল সুৰাৰ ঘাটি সমূহ উচ্ছেদ কৰাতে অভিযান সীমাবদ্ধ ৰাখিছে আনফালে আকৌ সমান্তৰালকৈ চলি আছে দল-সংগঠনৰ প্ৰতিবাদৰ জোঁৱাৰ।

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ আৰু বিক্ষোভ কাৰ্যসূচী চলি থকাৰ মাজতে আজি বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ, বিহালী, নদুৱাৰ, আৰু গহপুৰ শাখা সমিতিৰ সহযোগত গোলাঘাট ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আটছাৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰী চাহ বাগিচাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰা, দেশীয় সুৰা ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা, লালিগুড়ৰ যোগান বন্ধ কৰাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd