NORTHEAST NOW (Assamese)

উৎকণ্ঠাৰ অৱসান! আজি ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

April 10, 2026 8:21 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:25 am

অসম চৰকাৰৰ শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে জানিবলৈ দিয়া মতে, আজি অৰ্থাৎ ১০ এপ্ৰিল, ২০২৬ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফল ঘোষণা কৰা হ’ব।ফলাফল পুৱা ১০.৩০ বজাত মুকলি কৰিব।

ফলাফল মুকলি হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) চৰকাৰী ৱেবছাইট resultsassam.nic.in ত গৈ নিজৰ ফলাফল চাব পাৰিব।

মন কৰিবলগীয়া যে, ২০২৫-২৬ শিক্ষাবৰ্ষৰ এই মেট্ৰিক পৰীক্ষা যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হৈছিল। এইবাৰ ৰাজ্যজুৰি মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অসম HSLC দশম শ্ৰেণীৰ ফলাফল ডাউনলোড কৰাৰ লিংক: 

resultsassam.nic.in

https://sebaonline.org

 www.iresults.net

www.indiaresults.com

www.iresults.in

https://results.digilocker.gov.in

www.results.shiksha

www.fastresults.in

https://www.ndtv.com

www.assam.shiksha

www.schools9.com

www.assamresult.in

Related News