• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনলৈ টঙালি বান্ধি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা জনালে অ:জা:প:ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 22, 2020 7:56 pm

2 min read

নিৰ্বাচনলৈ টঙালি বান্ধি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা জনালে অ:জা:প:ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে
150
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলীয় কেইবাগৰাকীও বিষয়ববীয়াৰ সৈতে আজি টীয়কৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ সেৱা আগবঢ়াই সকলোৰে মংগলৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায়।

বৰনামঘৰত সেৱা জনোৱাৰ পাছতে গগৈয়ে লাহদৈগড়স্থিত ঐতিহাসিক বীৰ লাচিতৰ মৈডামত আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে মৈডাম তৰ্পণৰ লগতে বীৰজনাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে লাচিত মৈডামৰ প্ৰাংগণৰ পৰাই বীৰজনাৰ আদৰ্শৰে অনাগত দিনত আগবাঢ়ি অসমখনক সদায় সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কাম কৰি যাব বুলি মন্তব্য কৰে।

আনহাতে, গুৰুদুজনাৰ আদৰ্শ আগত লৈ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি বৰ অসম গঢ়িবলৈ প্ৰতিজন অসমবাসী ৰাইজক অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ আহ্বান জনাই গগৈয়ে অনাগত ২১ৰ নিৰ্বাচনত দেশ তথা জাতি ৰক্ষাৰ স্বাৰ্থত  প্ৰতিটো আঞ্চলিক শক্তি একত্ৰিত হৈ নিৰ্বাচন অৱতীৰ্ণ হ’ব লাগিব বুলি কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত সভাপতিগৰাকীক টীয়কৰ জাঁজীত অসম জাতীয় পৰিষদৰ বহুসংখ্যক সমৰ্থকে মটৰচাইকেলেৰে ৰেলী কৰি জাতীয় পৰিষদ জিন্দাবাদ ধ্বনিৰে উষ্ম আদৰণি জনাই টীয়কৰ মাজমজিয়াত অনুষ্ঠিত কৰা পথ সভালৈ আদৰি আনে।

উক্ত পথ সভাত সভাপতিগৰাকীক বিভিন্ন অৰাজনৈতিক দল সংগঠনে আদৰণি জনায় আৰু সভাপতিগৰাকীয়েও অসম প্ৰথম সদায় আৰু চিৰদিন কৰি ৰাখিবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd