DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত চৰকাৰী সাহায্যৰ চাউল বাংলাদেশলৈ চালানেৰে ৰমৰমীয়া বেহা; প্ৰশাসনক সকীয়নি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

আনিছুজ জামান by আনিছুজ জামান
February 19, 2019 9:09 pm
বৰপেটাত জব্দ হোৱা চোৰাং চাউলৰ আলোকচিত্ৰ

বৰপেটাত জব্দ হোৱা চোৰাং চাউলৰ আলোকচিত্ৰ

517
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ বিভিন্ন স্থানত বিগত কিছুদিন ধৰি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি ডি এছ)ৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে আবণ্টিত চাউল একাংশ সমবায় সমিতিৰ কৰ্মচাৰীয়ে চোৰাং ব্যৱসায়ীৰ লগত মিলি বাংলাদেশলৈ চালান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথ আৰু সাধাৰণ সম্পাদক মৃগেন কলিতাই ইতিমধ্যে অভিযোগ দাখিল কৰি জিলা উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে বিগত ২৮ জানুৱাৰি তাৰিখে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু স্থানীয় ৰাইজৰ সহযোগত এ এছ -১৫ এ ছি ১১৪৩ নম্বৰৰ এখন ব’লেৰো পিকআপ ভেনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল খন্দকাৰপাৰা বজাৰৰ পৰা গুৱাহাটীলৈ লৈ গৈ থকা অৱস্থাত জব্দ কৰা হয়।

দলটোৱে জব্দ হোৱা চাউলখিনি হাউলী আৰক্ষী চকীত চমজাই দি ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ হাতত এখন এজাহাৰ দাখিল কৰিছিল যদিও প্ৰসাশনে চোৰাং চাউল ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ উঠিছে ছাত্ৰ সংগঠনটো।

আনহাতে, দৰিদ্ৰ জনতাৰ মুখৰ পৰা ভাত কাঢ়ি প্ৰশাসনৰ সহযোগত অবৈধভাবে চলাই থকা চৰকাৰী চাউলৰ বেহা শীঘ্ৰে বন্ধ নকৰিলে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ  হুংকাৰ দিয়ে।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd