DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ; নিহত সংখ্যা ১১০লৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 4:45 pm
Japanese Encephilities

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

403
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১১০জনলৈ বৃদ্ধি পালে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দৈনিক প্ৰতিবেদনত ২২ জুলাইলৈকে ইমান সংখ্যক লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।

আনহাতে যোৱা ২৪ ঘণ্টালৈকে ৰাজ্যখনত পোহৰলৈ আহিছে মুঠ ৪৭৭ টা জাপানীজ এনকেফেলাইটিছৰ ঘটনা।

ৰাজ্যৰ চৰকাৰ তথা স্বাস্থ্য বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি কৈ আহিছে যদিও এইপৰ্যন্ত ইয়াক ৰোধ কৰিব নোৱাৰাটো উদ্বেগজনক।

স্বাস্থ্য বিভাগৰ মতে ৰাজ্যৰ প্ৰত্যেকখন জিলা হস্পিতাল আৰু চিকিৎসা মহাবিদ্যালয়ত জাপানিজ এনকেফেলাইটিছ আৰু এক্যুট এনকেফেলাইটিছৰ লক্ষণ থকা ৰোগীসকলৰ বাবে পৃথক বিছনাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰি জাপানিজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে কেইবাটাও জৰুৰীকালীন সেৱা কেন্দ্ৰ আৰু পৰিস্থিতি নজৰত ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। নিয়ন্ত্ৰণ কক্ষ যোগাযোগ নম্বৰ হৈছে – ৬৯১৩৩৪৭৭৭০/১/২/৩।

জাপানীজ এনকেফেলাইটিছৰ ফলত প্ৰতিদিনে এজনকৈ লোকে মৃত্যুমুখত পৰা ঘটনাই স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিফলতাৰ প্ৰকৃত ছবি উদঙাই দিছে।

Recent News

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd