• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত অভিলাষী বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থানপন কৰিব মন্ত্ৰী কেশৱ মহন্তই

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
January 16, 2021 5:41 pm
Kaliabor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰত বিজ্ঞানক জনপ্ৰিয় কৰাৰ এক অভিলাষী আঁচনিৰ অন্তৰ্গত তাৰকা গৃহ, বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ‍্যান প্ৰতিষ্ঠাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি।

এই অভিলাষী আঁচনিৰ অন্তৰ্গত তাৰকা গৃহ, বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ‍্যান প্ৰতিষ্ঠাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বিজ্ঞান প্ৰযুক্তি, তথ‍্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

Apply Now

কলিয়াবৰৰ হাটবৰৰ সমীপৰ শ্ৰৱণী সত্ৰত ১৭ জানুৱাৰী দেওবাৰে শিল্পী দিৱসৰ দিনাই বিজ্ঞান প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে।

কলিয়াবৰৰ বিজ্ঞান শিক্ষাৰ বাবে এক উল্লেখযোগ‍্য দিনটো অধিক আকৰ্ষণীয় কৰি তুলিবলৈ বিজ্ঞান অনুৰাগী অনুষ্ঠান-ব‍্যক্তিয়ে স্থানীয় বিদ‍্যালয়ৰ সহযোগত ইতিমধ‍্যে ব‍্যৱস্থা গ্ৰহণ কৰিছে।

অসম বিজ্ঞান সমিতি, কলিয়াবৰ শাখা, আৰ্য‍্যভট্ট বিজ্ঞান কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা, ভ্ৰাম‍্যমান তাৰকাগৃহ প্ৰদৰ্শন লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক বিজ্ঞান প্ৰদৰ্শনীৰ ব‍্যৱস্থা কৰা হৈছে।

অসম ৰাজ‍্যিক বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ সক্ৰিয় সহযোগত সাধাৰণ ৰাইজক সুফল প্ৰদান কৰিব পৰাকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ইতিমধ্যেই বিজ্ঞানৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।

গুৱাহাটী আৰু যোৰহাটৰ তাৰকাগৃহৰ উপৰিও অসমৰ বহু স্থানত বৰ্তমান নতুন নতুন তাৰকাগৃহ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ফলস্বৰূপে কলিয়াবৰত এই বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।

তদুপৰি, কলিয়াবৰৰ এটা অংশতে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ এক পৰম্পৰা চলি আহিছিল বুলি এক অভিযোগ প্ৰায়ে শুনা গৈছিল।

এতিয়া হাটবৰ অঞ্চলৰ কেইবাগৰাকী ব‍্যক্তি তথা অনুষ্ঠানৰ প্ৰচেষ্টাত মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত হাটবৰ অঞ্চলত পোণ-প্ৰথমবাৰৰ বাবে এক চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ব। যাক লৈ সুখী এতিয়া হাতবৰ বাসীৰ লগতে কলিয়াবৰীয়া ৰাইজ।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd