• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূমি পট্টা প্ৰদান সমাৰোহলৈ যোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্যক বৰপেটাত ক’লা পতাকা প্ৰদৰ্শন

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , January 28, 2020 6:43 pm

1 min read

ভূমি পট্টা প্ৰদান সমাৰোহলৈ যোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্যক বৰপেটাত ক’লা পতাকা প্ৰদৰ্শন
13.3k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা চহৰত আজি ভূমিহীন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয়। বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত জিলাখনৰ ৯২৭ গৰাকী ভূমিহীন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয়।

আজিৰ অনুষ্ঠানত ৯ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰে গুৱাহাটী উন্নয়ন, সমবায় আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

এই অনুষ্ঠানৰ পিছতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, বড়ো শান্তি চুক্তিক লৈ শংকাৰ কোনো কাৰণ নাই। এই চুক্তিৰ জৰিয়তে বড়োভূমিৰ লগতে অসমত নতুন দিগন্তৰ সূচনা হ’ব বুলিও তেওঁ কয়।

আনহাতে বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত প্ৰৱেশৰ প্ৰাকমুহুৰ্তত আছু কাৰ্যালয়ৰ সন্মুখত আছু কৰ্মীসকলে মন্ত্ৰী গৰাকীক ক’লা পতাকা দেখুৱাই “কা” বাতিলৰ দাবীত বিভিন্ন শ্ল’গান দিয়ে ৷

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd