• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানী আৰু গৰাখহনীয়াক যুটীয়াভাৱে ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী তুলিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 3, 2019 10:22 pm
Pradyut_Bordoloi1

প্ৰদ্যুত বৰদলৈ। উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে কয়লা কেলেংকাৰীৰ প্ৰসংগ উত্থাপনেৰে সংসদৰ মজিয়া উত্তাল কৰি তোলা নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে বুধবাৰে সংসদৰ মজিয়াত উত্থাপন কৰে বানপানী আৰু গৰাখহনীয়াৰ প্ৰসংগ। নিজৰ বক্তব্যৰ সময়ত অসমৰ দীৰ্ঘদিনীয়া দুটাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধানৰ প্ৰসংগ উল্লেখ কৰে বৰদলৈয়ে।

‘আজি মই সংসদৰ মজিয়াত ক‘লো যে অসমৰ বানপানী তাহানিৰ পৰাই হয়, এই দুই সপ্তাহ ধৰিও হৈ আছে। এই বানপানী কেইদিনমানৰ পাচত শুকাই যাব, থৈ যাব এলানি ধ্বংসলীলা, পিচে গোটেই বছৰ ধৰি চলি থাকিব নদীৰ পাৰ ভঙা কাৰ্য্য।

Apply Now

এতিয়া কেন্দ্ৰীয় চৰকাৰে বানপানীৰ লগতে গড়াখহনীয়াক এটা যুটীয়া সমস্যা হিচাবে যদি ৰাষ্ট্ৰীয় দায়বদ্ধতাৰে নিৰ্মূল কৰাৰ চেষ্টা নকৰে তেন্তে অসমে অকলে এই সমস্যাৰ সমাধান কান্ধ পাতি ল‘ব নোৱাৰে।‘ নিজৰ ভাষণৰ এটা ভিডিঅ’ আপল’ড কৰি ফেইচবুক পেইজত এইদৰে লিখিছে সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

তদুপৰি, ‘গৰাখহনীয়া কেৱল এক দুর্যোগে নহয়।‘ এইদৰে ভাষণ প্ৰসংগত উল্লেখ কৰি বৰদলৈয়ে কয়  ‘ব্ৰহ্মপুত্ৰৰ পানীৰ তলৰ সোঁত বৰ শক্তিশালী আৰু ই বহু জোৰে পাৰ সমূহত খুন্দা মাৰে। তেতিয়াই পানী বাগৰি আহি কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰে। এয়া ৰোধ কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ।‘

আনহাতে, চৰকাৰে নতুনকৈ নামকৰণ কৰা জলশক্তি বিভাগক অনুৰোধ জনাই বৰদলৈয়ে কয় ‘এহাতে চুবুৰীয়া ৰাষ্ট্ৰ চীন, ভুটান আৰু বাংলাদেশক অন্তৰ্ভুক্ত কৰিব পাৰে, অন্যহাতে, উত্তৰপূৱৰ অসমৰ অন্যান্য চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ নদী উপত্যকা প্ৰাধিকৰণ আছে, সেইবোৰৰ সৈতে যোগাযোগ কৰি জল সম্পদৰ সামগ্ৰিক বিকাশ কৰিব পৰা যায়।‘

তেওঁ আৰু কয় ‘যেতিয়া দেশৰ কিছু ঠাইত পানীৰ নাটনি ঘটে, তেতিয়া অসমৰ পানীৰ পৰিসোধনৰ জৰিয়তে নিৰ্মল পানী লাভ কৰিব পাৰিব। (When entire country in water crisis, we could put up water refinery in assam, we could construct the pipeline we could give clean water from manas sorubar)

নিজৰ ফেইচবুক ৱালত তেওঁ লগতে লিখিছে ‘মই ক‘লো যে চৰকাৰৰ ‘জলশক্তি‘ বুলি নতুনকৈ নামাকৰণ কৰা বিভাগটোৱে এতিয়া দূৰৈৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দৰদ দেখুৱালে লাভ নাই, অসমৰ বানপানী আৰু গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি আমাৰ জলসম্পদৰ সামগ্ৰিক বিকাশ কৰি অসমৰ লগতে দেশৰো বিকাশ কৰিবলৈ আগবাঢ়ি আহক। আৰু ক‘লো – ‘You look after us, we will take care of the nation’’

‘মোৰ নগাঁও সংসদীয় সমষ্টিৰ লাহৰিঘাট আৰু জাগীৰোডৰ দৰে অসমৰ বিভিন্ন নদীপৰীয়া এলেকাবোৰত প্ৰতি বছৰে এই বিভীষিকাৰ বাবে হাজাৰ হাজাৰ বিঘা খেতিৰ মাটি, মানুহৰ ঘৰ বাৰী, খেলপথাৰ,মন্দিৰ মচজিদ আদি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।‘ ফেইচবুক পেইজত এইদৰে লিখে বৰদলৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd