• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণ আক্ৰমণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ ৰকিবুল হুছেইনৰ : অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 8:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২০ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ ৰূপহী অঞ্চলত গণ আক্ৰমণৰ সন্মুখীন হয় ধুবুৰী লোকসভা সমষ্টিত সাংসদ ৰকিবুল হুছেইন আৰু তেখেতৰ পুত্ৰ তাঞ্জিল হুছেইন।

এই ঘটনাৰ পিছতেই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সাংসদ ৰকিবুল হুছেইনে।

Apply Now

এই ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে আক্ৰমণকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাই অভিযোগ উত্থাপন কৰিছে যে ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰিছে যদিও কংগ্ৰেছ সাংসদগৰাকীয়ে চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে চিকিৎসা প্ৰতিবেদন অবিহনে আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষই গোচৰৰ সঠিক মূল্যায়ন কৰিব নোৱাৰে বা ভাৰতীয় ন্যায় সংহিতা (ভাৰতীয় দণ্ডবিধিৰ) সংশ্লিষ্ট ধাৰাসমূহ প্ৰয়োগ কৰিব নোৱাৰে।

এই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে – “কংগ্ৰেছৰ মাননীয় সাংসদ ৰকিবুল হুছেইনে কালি সংঘটিত এক আক্ৰমণৰ অভিযোগ উত্থাপন কৰি আজি এজাহাৰ দাখিল কৰিছিল। অৱশ্যে সাংসদগৰাকীয়ে এতিয়ালৈকে চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে। এই পৰীক্ষা অবিহনে আইনী প্ৰক্ৰিয়া সঠিকভাৱে নিৰ্ধাৰণ তথা এজাহাৰত ভাৰতীয় ন্যায় সংহিতাৰ (ভাৰতীয় দণ্ডবিধি) উপযুক্ত ধাৰা প্ৰয়োগ কৰিব পৰা নাযায়। কংগ্ৰেছ দল আৰু বিৰোধী দলৰ দলপতিয়ে এই স্থিতি মন কৰাটো প্ৰয়োজনীয়।”

কিন্তু মুখ্যমন্ত্ৰীৰ এই পোষ্টটোৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আন এক অভিযোগ দাখিল কৰি সামাজিক মাধ্যমত লিখিছে – “লোকসভাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক দিনদুপৰতে কৰা নিৰ্মম আক্ৰমণৰ বিৰুদ্ধে দিয়া গোচৰৰ অসম ৰাজ্যিক আৰক্ষীক এফআইআৰ ৰুজু কৰিবলৈ দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, গুণ্ডাকেইটাই আৰক্ষী বিষয়াকো আক্ৰমণ কৰি তেওঁলোকৰ অস্ত্ৰ–শস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। তৎসত্বেও আক্ৰমণকাৰী দূৰ্বৃত্ত কেইটাই লাভ কৰে মুখ্যমন্ত্ৰীৰ সুৰক্ষা। বিজেপিৰ শাসনত অসম আৰক্ষীৰ এনে দুৰ্দশা চিন্তনীয় ।‘’

উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে তেওঁৰ ওপৰত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত ২২ জন লোকৰ নাম উল্লেখ কৰি আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, হুছেইনৰ অভিযোগ নগাঁও সদৰ থানাত পঞ্জীয়ন কৰা হৈছে। ইফালে, ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগত অসম আৰক্ষীয়ে ১০ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd