• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

মুৰ্কংচেলেক-ডিব্ৰুগড়ৰ মাজত নতুন যাত্ৰীবাহী ৰে’লগাড়ী মুকলি

Nenow প্ৰফুল্ল কামান
পাছিঘাট , October 15, 2019 7:30 pm

1 min read

Assam: Murkongselek–Dibrugarh passenger train flagged off

মঙলবাৰে মুৰ্কংচেলেকত ৰে’লগাড়ী মুকলিৰ ছবি। নৰ্থইষ্ট নাও।

521
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ৰে’ল কেন্দ্ৰীয় মন্ত্ৰী পিয়ুশ গোৱেলে মঙলবাৰে মুৰ্কংচেলেক-ডিব্ৰুগড়ৰ মাজত এখন নতুন ৰে’লগাড়ী মুকলি কৰিছে।

নতুন দিল্লীৰ ৰিম’ট কন্ত্ৰ’ল লগাই মন্ত্ৰীগৰাকীয়ে পেছেঞ্জাৰ ৰে’লগাড়ীখনৰ আৰম্ভণি কৰে।

মন্ত্ৰী গোৱেলে মুকলি কৰি দিয়াৰ পিছত উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ মাণ্ডলিক ৰে’লৱে’ পৰিচালক, ৰঙিয়া ভি এ মালেগাওংকাৰে পতাকা জোকাৰি ৰে’লখনৰ যাত্ৰা মুকলি কৰে।

আবেলি ৩ বজাত ৰে’লখনে ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰে।

ৰে’লখনে ধেমাজি আৰু অৰুণাচল প্ৰদেশৰ চিয়াং জিলাবাসীক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

দুয়ো ৰাজ্যৰ বৃহত্তৰ এলেকাটোৰ লোকসকলে বগীবিল দলং মুকলি হোৱাৰ পিছৰে পৰা ডিব্ৰুগড়লৈ এখন যাত্ৰী ৰে’লৰ দাবী জনাই আহিছিল।

অঞ্চলটোৰ পৰা বহুলোক শৈক্ষিক, ব্যৱসায়িক আৰু চিকিৎসাজনিত কাৰণত ডিব্ৰুগড়লৈ যায়।

নতুন ৰে’লখনে প্ৰতিদিনে পুৱা ৮.৪৫ বজাত ইষ্ট চিয়াঙৰ ৰাস্কিন টাউনৰ সমীপৰ মুৰ্কংচেলেক ষ্টে’চন এৰিব আৰু দুপৰীয়া প্ৰায় ১২.১৫ বজাত ডিব্ৰুগড় পাবগৈ।

একে পথেৰে ৰে’লখন আবেলি পুনৰ আহিব উভতি।

ৰে’লখনত প্ৰথম শ্ৰেণী আৰু সাধাৰণ শ্ৰেণীৰ সুবিধা থাকিব।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd