• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুন্দৰম আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত অসম -নগালেণ্ড সীমা সমস্যা সমাধান কৰক : আম আদমী পাৰ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2025 6:46 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদৰ পিছত অসম – নগালেণ্ড সীমান্তৰ বিশেষকৈ এ , বি , চি আৰু ডি চেক্টৰত নগালেণ্ড চৰকাৰ আৰু সমান্তৱৰ্তী নগা জনসাধাৰণৰ তৎপৰতা পুনৰ বৃদ্ধি পাইছে ৷ উচ্ছেদৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি জনচক্ষুৰ পৰা আঁতৰত ৰাখিবৰ বাবে ৰাজ্য চৰকাৰে নগালেণ্ড চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিষয়া পৰ্যায়ত চেষ্টা অব্যাহত ৰাখিছে যদিও সুফল পোৱা নাই অসম চৰকাৰে ৷ এই অভিযোগ আম আদমি পাৰ্টী, অসমৰ (আপ ) ৰ ৷

দেওবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত আপ , অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই কয় যে, দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যত অধীস্থিত কোনো এটা দলৰ চৰকাৰৰ সদিচ্ছা নাই ৷ কি কংগ্ৰেছ, কি বিজেপি , কি অন্যান্য দল – চৰকাৰ ; সীমা সমস্যাক লৈ কেন্দ্ৰ – ৰাজ্য উভয় চৰকাৰে কেৱল ৰাজনীতি কৰি আহিছে ৷ সীমা সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি প্ৰতিটো নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰক ৷ ৰাজনৈতিক সদিচ্ছা অবিহনে অসম – নগালেণ্ডৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলি কয় আপৰ নেতা ৰাজীব শইকীয়াই ৷

Apply Now

দুয়োখন ৰাজ্যৰ সীমা সমস্যা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ প্ৰসংগ উত্থাপন কৰি তেখেতে এই সম্পৰ্কত অসম চৰকাৰে ন্যায়ালয়ত কি শপতনামা দিলে তাক ৰাজহুৱা কৰিব লাগে বুলি ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৷ অসম – নগালেণ্ডৰ সীমা সমস্যা সম্পৰ্কত অধ্যয়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সুন্দৰম আয়োগ , শাস্ত্ৰী আয়োগ , পিল্লাই আয়োগ আৰু এছ কে ভাৰিৱাভা আয়োগৰ প্ৰতিবেদন চাৰিখনৰ ভিতৰত সুন্দৰম আয়োগৰ প্ৰতিবেদন গ্ৰহণযোগ্য বুলি মত ব্যক্ত কৰি আপৰ নেতাজনে সুন্দৰম আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত সীমা সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷

সীমান্তত উত্তেজনা অব্যাহত আছে আৰু একে সময়তে অহা ২৭ আগষ্টত গোলাঘাটত অনুস্থিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ এই বৈঠকত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সম্পৰ্কত সীমান্তবাসী ৰাইজক এটা বিশেষ বাৰ্তা দিব বুলি আম আদমি পাৰ্টীয়ে আশা প্ৰকাশ কৰিছে ৷

এই সন্দৰ্ভত আপ ৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ গা’ এৰা মনোভাৱৰ বাবেই দুয়ো ৰাজ্যৰ সীমা সমস্যাই আজি জটিল ৰূপ ধাৰণ কৰিলে ৷ গতিকে চৰকাৰে সত্যক ঢাকিবলৈ কৰা চেষ্টা উচিত হোৱা নাই ৷ অন্যহাতে কেৱল গোলাঘাট জিলাৰ অধীনৰ দুয়োখন ৰাজ্যৰ সীমান্তত বলবৎ হৈ থকা “ বিবদমান এলেকা “ প্ৰত্যাহাৰ কৰিবলৈ আম আদমি পাৰ্টী , অসম য়ে দাবী জনাইছে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd