• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুইপ’ৰ অপহৃত দুই বিষয়াক মুক্তি দিবলৈ আলফা(স্বা)লৈ আহ্বান অসম নাগৰিক সমাজৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2021 6:14 pm

2 min read

Imran-1
260
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী(স্বাধীন), অসমক কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে।

সভাপকি হৰেকৃষ্ণ ডেকা, উপ সভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰ স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নাগৰিক সমাজে কয় যে সংযুক্ত মুক্তি বাহিনী(স্বাধীন),অসমে কুইপ’ অইল এণ্ড গেছ লিমিটেডৰ দুজন বিষয়াক যোৱা ২১ডিচেম্বৰৰ দিনা অপহৰণ কৰি কম্পেনীটোৰ পৰা এক বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি বাতৰিত প্ৰকাশ পাইছিল৷

এই বিষয়া দুজনৰ এজন অসমৰ আৰু আনজন বিহাৰৰ বাসিন্দা৷ অপহৃত বিষয়া দুজনৰ মুক্তিৰ সন্দৰ্ভত ইতিমধ্যে অইল কম্পেনীটোৰ লগত সংযুক্ত মুক্তি বাহিনীৰ কি আলাপ-আলোচনা হৈছে আমি গম নাপাওঁ৷

বিবৃতিটোত আৰু কয় যে শেহতীয়াকৈ বাতৰিত প্ৰকাশ পাইছে যে সংযুক্ত মুক্তি বাহিনীয়ে দাবী কৰা ধন তেওঁলোকক আদায় নিদিলে ১৭ ফেব্ৰুৱাৰীৰ দিনা বিহাৰৰ বাসিন্দাজনক হত্যা কৰা হ’ব৷পৰিস্থিতিটোৰ গুৰুত্ব উপলব্ধি কৰি পণবন্দী হৈ থকা ব্যক্তি দুগৰাকীক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে কি পদক্ষেপ লৈছে সেই বিষয়ে আমি অৱগত নহয়৷

কিন্তু, নিৰপৰাধী ব্যক্তি দুজনক এনেদৰে পণবন্দী কৰি তেওঁলোকক হত্যাৰ ভাবুকি দিয়াটো দেশপ্ৰেম আৰু জাতি প্ৰেমৰ লগত জড়িত কথা নহয় বুলি উল্লেখ কৰি নাগৰিক সমাজে পুনৰ কয় যে ই হ’ল দেখদেখকৈ এক অমানৱীয় আৰু সন্ত্ৰাসবাদী কাৰ্য৷

অসম নাগৰিক সমাজে কোনো ক্ষয়-ক্ষতি নকৰাকৈ অপহৃত ব্যক্তি দুজনক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফাৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত চৰকাৰী উদাসীনতাত আশ্চৰ্য প্ৰকাশ কৰিছে৷

Recent News

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd