• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিত দেৰি লগোৱাৰ কাৰণে নতুন বুদ্ধি উলিয়াইছে বিজেপি চৰকাৰে

গুৱাহাটীত সংবাদমেলত দাবী অখিল গগৈৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 10, 2019 9:45 pm

2 min read

Assam NRC: BJP govt trying to delay process, says Akhil Gogoi

অখিল গগৈৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

1.5k
VIEWS
Share on FacebookShare on Twitter

অখিল গগৈৰ মতে, চূড়ান্ত এন আৰ চি প্ৰকাশত পলম কৰাৰ কাৰণে বিজেপি চৰকাৰে এটা নতুন বুদ্ধি উলিয়াইছে।

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ক দাখিল কৰা শপতনামাক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে বুধবাৰে এই মন্তব্য কৰিছে।

‘‘এন আৰ চিক বিলম্বিত কৰিবৰ কাৰণে এক নতুন বুদ্ধি উলিয়াইছে বিজেপি চৰকাৰে। সেইটো হ’ল এন আৰ চিৰ যিবোৰ কাম-কাজ হৈ গ’ল, তাৰ উপৰিও ২০ শতাংশ পুনৰীক্ষণ হ’ব লাগে। মই ভাবো যে পৰীক্ষণ ১০০ শতাংশই হ’ব লাগে, সেইটো খাটাং। কোনো স্বদেশী যাতে বিদেশী হ’ব নোৱাৰে, কোনো বিদেশী যাতে স্বদেশী হ’ব নোৱাৰে তাৰ ওপৰত পৰীক্ষণ হ’ব লাগে। কিন্তু চৰকাৰৰ যি শপতনামা বা উদ্দেশ্য সেয়া ত্ৰুটিমুক্ত বা বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰা নহয়। এই চৰকাৰৰ উদ্দেশ্য এন আৰ চিৰ কাম বন্ধ কৰা যেতিয়ালৈকে হিন্দু নাগৰিকসকলক নাগৰিকত্ব প্ৰদান কৰা নহয়,” গগৈয়ে কয়।

চৰকাৰৰ শপতনামাৰ উদ্দেশ্য “ষড়যন্ত্ৰমূলক, সাম্প্ৰদায়িক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত” আখ্যা দি তেওঁ কয় যে নাগৰিকত্ব বিধেয়কে এন আৰ চিৰ গুৰুত্ব ৫০ শতাংশ কমাই দিলে।

বিজেপি চৰকাৰে শুদ্ধকৈ এন আৰ চি প্ৰস্তুত কৰিব বিচৰা নাই বুলি অভিযোগ কৰি এই প্ৰসংগত তেওঁ উচ্চতম ন্যায়ালয়ৰ “ধমক”ৰ কথা উল্লেখ কৰে।

“বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নহ’বলৈ সদায় পুঁজিৰ সংকট কৰিছিলে। অৰ্থাৎ এন আৰ চিৰ ধন বন্ধ কৰি দিছিল। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৭বাৰ ধমকৰ সন্মুখীন হৈছিল বিজেপি চৰকাৰ।”

“চৰকাৰৰ এই পদক্ষেপ জাতিটোক অধিক অস্থিৰ কৰিবৰ বাবে কৰা ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিলো,” তেওঁ কয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd