• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উইপ্ৰ’ক ৭০ কোটি টকা দিবলৈ থকাৰ বাবেই অফলাইনত অসমৰ এন আৰ চিৰ তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 3:37 pm
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো কাৰিকৰী কাৰণৰ বাবে নহয়, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ‘ক্লাউদ চাৰ্ভিছ প্ৰভাইডাৰক ৭০ কোটি টকা আদায় দিবলৈ থকাৰ বাবেই অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)তথ্য ইয়াৰ ৱেবছাইটত বিচাৰি পাবলৈ নাই।

ক্লাউদ চাৰ্ভিছ প্ৰভাইডাৰ উইপ্ৰ’ৱে কৈছে যে প্ৰতিমাহে ছাৱস্ক্ৰীপশ্যনৰ ব্যয় ৩ লাখ টকা আৰু আন অনাদায়ী ৭০ কোটি টকাৰ বাবেহে ৰাইজে তেওঁলোকৰ নাগৰিকত্বৰ সৱিশেষ পৰীক্ষা কৰি চাব পৰা নাই।

Apply Now

ৰাষ্ট্ৰীয় আলোচনী আউটলুকৰ বাতৰি অনুসৰি উইপ্ৰ’ৱে জানিবলৈ দিয়ে যে ২০১৯ৰ অক্টোবৰত ম্যাদ উকলা তথ্য প্ৰযুক্তি সেৱাৰ .চুক্তি নৱীকৰণ কৰা হোৱা নাছিল।

‘’অৱশ্যে, সম্পৰ্ক অটুট ৰখাৰ বাবে উইপ্ৰ’ৱে ২০২০ চনৰ জানুৱাৰিলৈকে হ’ষ্টিং চাৰ্ভিছৰ মাচুল আদায় দিছে,’’-উইপ্ৰ’ৱে কয়।

গৃহ মন্ত্ৰ্যালয়ে বুধবাৰে স্পষ্ট কৰিছিল যে ক্লাউদত এক কাৰিকৰী বিজুতিৰ বাবে এন আৰ চিৰ তথ্যসমূহ অফলাইন হৈ পৰিছে।

গৃহ মন্ত্ৰ্যালয়ে লগতে কয় যে তথ্যসমূহ সুৰক্ষিত আছে আৰু শীঘ্ৰেই ইয়াৰ বিজুতি দূৰ কৰা হ’ব।

উইপ্ৰ’ৱে লগতে স্পষ্ট কৰিছিল যে যদিহে কৰ্তৃপক্ষই তথ্য প্ৰযুক্তি সেৱাৰ চুক্তি নবীকৰণ কৰে তেনেহ’লে ইয়াৰ সেৱা আগবঢ়োৱাত তেওঁলোকৰ কোনো সমস্যা নাই।

উইপ্ৰ’ লিমিটেডক অসমৰ এন আৰ চি প্ৰকল্পৰ ছিষ্টেম ইন্টিগ্ৰৰেটৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই কয় যে বিষয়টো এন আৰ চিৰ সমন্বয় সমিতিৰ বৈঠকত নিষ্পত্তি কৰা হৈছে।

‘’বৈঠকত সেৱাৰ নৱীকৰণৰ সিদ্ধান্ত লোৱা হৈছিল। উইপ্ৰ’ক যোৱা ৬ ফেব্ৰুৱাৰিত এই বিষয়ে জনোৱা হৈছে। শীঘ্ৰেই এই সেৱা আৰম্ভ হ’ব,’’ শৰ্মাৰ উদ্ধৃতিৰে আউটলুকত কোৱা হয়।

এন আৰ চিৰ পৰা বাদ পৰা আৰু অন্তৰ্ভুক্ত হোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিতং তথ্য ২০১৯চনৰ ৩১ আগষ্টত সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ পাছত ৱেবছাইট ‘www.nrcassam.nic.in’ত আপলোড কৰা হৈছিল।

বিষয়াসকলৰ পৰা জানিবলৈ দিয়ে যে বিপুল পৰিমানৰ তথ্যৰ বাবে ক্লাউদ চাৰ্ভিছ উইপ্ৰ’ৱে আগবঢ়াইছিল আৰু তেওঁলোকৰ সৈতে যোৱা বছৰৰ ১৯ অক্টোবৰলৈ চুক্তি আছিল।

আনহাতে, এইটো পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই নৱীকৰণ কৰা নাছিল।

উইপ্ৰ’ৱে এই সেৱা বাতিল কৰাৰ পাছত যোৱা ১৫ ডিচেম্বৰৰ পৰা তথ্যসমূহ অফলাইন হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd