• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী পালেহি কেৰালাৰ বানৰ কবলত পৰা অসমৰ যাত্ৰী : অসম চৰকাৰৰ সহায় নোপোৱাৰ অভিযোগ

মুকুট দাস by মুকুট দাস
August 24, 2018 8:36 am
ticket-570x320

অসম চৰকাৰে সহায় নকৰাৰ প্ৰমান হিচাপে মজিবুল আলীয়ে তেওঁৰ টিকটটো প্ৰদৰ্শ কৰিছে।ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ বানত আৱদ্ধ হৈ পৰা প্ৰায় ১,৬০০ গৰাকী যাত্ৰী ত্ৰিবান্দ্ৰমৰ পৰা এখন বিশেষ ৰে’ল যোগে বৃহস্পতিবাৰে আহি গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হয়।

এই যাত্ৰীসকলৰ মাজৰে বৰপেটাৰ এগৰাকী বাসিন্দা মজিবুল আলীয়ে অভিযোগ কৰে যে যদিও অসম চৰকাৰে কেৰালাৰ পৰা উভতি আহিবলগীয়া অসমৰ যাত্ৰীসকলক সকলোধৰণৰ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল, তেওঁলোকে কিন্তু (মজিবুল আৰু বন্ধুসকলে) কোনো ধৰণৰ সহায় লাভ কৰা নাই।

Apply Now

‘’ আমি নিজৰ পইচাৰে টিকট কাটি আহিছো আৰু যিসকল যাত্ৰীয়ে বিনা টিকটে ভ্ৰমণ কৰিছে তেওঁলোকৰ পৰা টিটিইয়ে ১২০০ টকাকৈ ভাড়া আদায় কৰিছে,’’-মজিবুলে ব্যক্ত কৰে।

মজিবুলে লগতে প্ৰকাশ কৰে, ‘’ আমি জনা নাছিলো যে আমি ভ্ৰমণ কৰা ৰে’লখন ৰাজ্যখনত আক্ৰান্ত লোকসকল আনিবলৈ অসম চৰকাৰে বিশেষভাৱে প্ৰেৰণ কৰিছিল। আমি মুৰ্খৰ দৰে টিকট কৰিছিলো আৰু আনকি টিটিইয়ে টিকটবিহীন যাত্ৰীৰ পৰা জৰিমনা লৈছিল।‘’

কেৰালাৰ ভয়ংকৰ বানৰ সুঁৱৰি তেওঁ কয়, ‘’ এয়া আছিল এক শ্বাসৰুদ্ধকৰ অবিজ্ঞতা। আমি (মজিবুল আৰু তেওঁৰ বন্ধুসকল) আমাৰ কোঠা পানীৰে ভৰি পৰা দেখিছিলো। আমি সেই ভয়ংকৰ পৰিস্থিতিৰ পৰা কোনোমতে ওলাই আহিবলৈ সক্ষম হৈছিলো। মই নিশ্চিত আছিলো যে আমাৰ জলমগ্ন কোঠালিতে আমি আবদ্ধ হৈ পৰিম। আমি কেতিয়াও কেৰালালৈ উভতি নাযাও।‘’

মজিবুলে কয় যে তেওঁ তেওঁৰ বন্ধুসকলৰ সৈতে যোৱা ১৯ আগষ্টত গুৱাহাটীলৈ যাত্ৰা কৰাৰ আগতে এৰনাকুলম ৰে’ল ষ্টেশ্যনত দুটি নিশা অনাহাৰে কটাইছিলো। ‘’ আমি গোটেই যাত্ৰাকালত কোনো বিনামূলীয়া খাদ্য বা কোনো সাহায্য সামগ্ৰী লাভ কৰা নাই,’’-তেওঁ মন্তৱ্য কৰে।

নলবাৰী জিলাৰ চামতাৰ এগৰাকী বাসিন্দা ইলিয়াছ আলীয়ে কয় যে ‘’ ৰে’ল ষ্টেশ্যনত লোকসকলে কেইদিন ধৰি নোখোৱাকৈয়ে আছিল।‘’

আনহাতে, চেন্টাৰ অফ ট্ৰেড ইউনিয়নছ (চিটু)এ  কেৰালাৰ পৰা আহি বৃহস্পতিবাৰে ৪ বজাত গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হোৱা লোকসকলৰ মাজত বিস্কুট, কল আৰু খোৱা পানীৰ বটল বিতৰণ কৰিছিল।

অৱশ্যে, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কেৰালাত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে- ০৩৬১-২২৩৭২১৯,০৩৬১-২২৩৭৪৬০ আৰু ৯৪০১০৪৪৬১৭ হেল্পলাইন নম্বৰ মুকলি কৰিছে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd