• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিতিলৈ অসম আৰক্ষীৰ ৪ টা বিশেষ আহ্বান

Kalpa Saikia কল্পজ্য়োতি শইকীয়া
গুৱাহাটী , April 11, 2020 12:17 pm

1 min read

Assam-Police-750x375

অসম আৰক্ষীৰ লগো, উৎস-ইণ্টাৰনেট

1.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ সমগ্ৰ ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিটি সমূহলৈ বিশেষ আহ্বান জনাইছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শুকুৰবাৰে টুইট কৰি ৰঙালী বিহু উদযাপন সমিটি সমূহলৈ এই আহ্বান জনায়।

অসম আৰক্ষীৰ আহ্বান অনুসৰি-

১.ৰঙালী বিহু উদযাপন স্থলীত পাঁচগৰাকীতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব।

২. মাত্ৰ ৰঙালী বিহুৰ পতাকা উত্তোলনৰ বাবেহে এই পাঁচগৰাকী লোক সমাবেত হ’ব পাৰিব।

৩.  কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান ৩০ মিনিটতকৈ অধিক হ’ব নোৱাৰিব।

৪. বিভাগীয় নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব মানি চলিব লাগিব।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰঙালী বিহু উদযাপন সমিতি সমূহে এইবাৰ ৰঙালী বিহুৰ কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমত বৰ্তমানলৈ ২৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Recent News

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd