• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| অৱশেষত ৰাজ্যজুৰি নাৰ্ছক আক্ৰমণ বিজেপি চৰকাৰৰ, ব্যাহত স্বাস্থ্য সেৱা

১৪৪ ধাৰা প্ৰযোজ্য থকাৰ অজুহাতত আটক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 29, 2018 10:06 am
523
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসম জুৰি প্ৰতিবাদত বহা ১২ হাজাৰ নাৰ্ছৰ সৈতে তৎকালীন আলোচনাৰে পৰিস্থিতি মোকাবিলা কৰাৰ সলনি বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ নমাই আনিছে বিজেপি চৰকাৰে।

ৰাজ্যজুৰি নাৰ্ছসকলৰ প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে গুৱাহাটী, ডিব্ৰুগড় আৰু বৰপেটাস্থিত চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলত আটক হ’বলগীয়া হৈছে প্ৰতিবাদকাৰীসকল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আন্দোলনৰত নাৰ্ছসকলক বুধবাৰে পুৱাই আটক কৰি কাহিলীপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ চৌহদত বন্দী কৰি ৰাখিছে আৰক্ষীয়ে। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতেলৰ প্ৰতিবাদী নাৰ্ছসকলক চিকিৎসালয়খনতে বন্দী কৰা হৈছে।

আৰক্ষীৰ সৈতে হতাহতিত কেইবাগৰাকীও নাৰ্ছ শাৰীৰিকভাৱে অপদস্থ হৈছে, অভিযোগ নাৰ্ছ সন্থাৰ। আটক হৈছে সদৌ অসম নাৰ্ছ সন্থাৰ সভানেত্ৰী, সম্পাদিকা আৰু প্ৰচাৰ সম্পাদিকা।

নাৰ্ছসকলৰ প্ৰতিবাদৰ ফলত আন চিকিৎসালয় বাদেই চিকিৎসা মহাবিদ্যালয়সমূ্হতে ব্যাহত হৈছে চিকিৎসাৰ দৰে জৰুৰী সেৱা। সূত্ৰ অনুসৰি শল্য চিকিৎসাৰ বাবে দিন নিৰ্ধাৰণ কৰি থোৱা ৰোগীও চিকিৎসালয়ৰ বিচনাত পৰি আছে, অথচ প্ৰতিদিনাই আহি আছে নতুন নতুন ৰোগী।

লগতে পঢ়ক– আলোচনালৈ মাতি নাৰ্ছ সন্থাক অপমান স্বাস্থ্য মন্ত্ৰীৰ

ৰাজ্যজুৰি ৰাজহুৱা চিকিৎসা খণ্ডত সৃষ্টি হোৱা এই অচলাৱস্থাৰ মোকাবিলাৰ বিপৰীতে নাৰ্ছসকলৰ সৈতে আলোচনাত বহাৰ বাবে সময় নাই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ তাৰকা প্ৰচাৰক, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনুষ্ঠানিক পত্ৰযোগে আলোচনালৈ মাতি প্ৰতিবাদকাৰী নাৰ্ছ সন্থাৰ সৈতে মঙলবাৰে আলোচনালৈ অহা নাছিল মন্ত্ৰীগৰাকী।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত বুধবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ

আনহাতে মহানগৰ আৰক্ষীৰ ভাষ্য মতে প্ৰযোজ্য হৈ থকা ১৪৪ ধাৰা আৰু প্ৰতিবাদে জি এম চি এইচ্ছলৈ অহা ৰোগীৰ অসুবিধা সৃষ্টি কৰা বাবে তেওঁলোকক আটক কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেলত বুধবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ

পঞ্চায়ত নিৰ্বাচনৰ ভোট বিচাৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰে এই পথেৰে ৰাজ্যলৈ সুশাসন আনিব পাৰিবনে?

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd