• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ যৌন ব্যৱসায়ৰ পৰা নাবালক-নাবালিকাসহ অসমৰ ১৩গৰাকীক উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 4:59 pm
Assam police rescue 13 trafficked persons from sex traders in Bihar

প্ৰতীকী ছবি।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাওঁ আৰক্ষী আৰু চি আই দিয়ে বিহাৰৰ ম’তিহাৰাত অভিযান চলাই যৌন ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰিছে নাবালক-নাবালিকাসহ অসমৰ মুঠ ১৩গৰাকী লোকক।

উদ্ধাৰ হোৱাসকলৰ মাজত আছে এজন ১২ বছৰীয়া ল’ৰা আৰু ১২গৰাকী ছোৱালীৰ ভিতৰত ৫গৰাকী নাবালিকা।

Apply Now

বিহাৰ আৰক্ষীৰ সহযোগত অসমৰ পৰা যোৱা দলটোৱে দেওবাৰে ৰাতি অভিযানটো চলাইছিল।

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ: “তেওঁলোকক বিহাৰলৈ সৰবৰাহ কৰা হৈছিল আৰু তাত কিছু নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ পিছত বলপূৰ্বক সিহঁতক যৌন ব্যৱসায়ত নমোৱা হয়।”

উদ্ধাৰ হোৱাসকলৰ ঘৰ মৰিগাওঁ, গোলাঘাট আৰু নগাঁৱত বুলি আৰক্ষীৰ ভাষ্যত প্ৰকাশ।

ঘটনা সংক্ৰান্তত অনিল কুমাৰ আৰু দীপক কুমাৰ নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে দুয়োকে দালাল বুলি সন্দেহ কৰিছে আৰু জেৰাৰ পিছত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে।

আৰক্ষী অধীক্ষকজনে জনোৱা মতে, যোৱা ১১ ছেপ্তেম্বৰত গ্ৰেপ্তাৰ কৰা দুজন মানৱ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানটো চলোৱা হৈছিল।

মানৱ সৰবৰাহকাৰী দুজনক গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টে’চনত আটক কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd