• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পলিটেকনিকৰ কৰ্মৰত অনিয়মীয়া প্ৰবক্তাৰ কৰ্মবিৰতি পালন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 9:37 am

1 min read

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পলিটেকনিকৰ কৰ্মৰত অনিয়মীয়া প্ৰবক্তাৰ কৰ্মবিৰতি পালন
112
VIEWS
Share on FacebookShare on Twitter

চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যৰ পলিটেকনিকৰ কৰ্মৰত অনিয়মীয়া প্ৰৱক্তা সকলে কৰ্মবিৰতি আৰম্ভ কৰিছে।

দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰে এই অনিয়মীয়া প্ৰৱক্তা সকলৰ দৰমহা বৃদ্ধিৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই সমগ্ৰ ৰাজ্যৰ ১১ খন পলিটেকনিকৰ প্ৰৱক্তা সকলে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

নিউ পলিটেকনিক ফেকাল্টি এছ’চিয়েশ্যন, অসমৰ তৰফৰ পৰা এই সম্পৰ্কত ৰাজ্যৰ শিক্ষা বিভাগৰ সৈতে বাৰম্বাৰ যোগাযোগ ৰখাৰ পাছতো এইসকল প্ৰৱক্তাৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকে উপায়ন্তৰ হৈ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলগীয়া হয়।

ৰাজ্যৰ বিভিন্ন পলিটেকনিকৰ উপৰিও বৰপেটা পলিটেকনিকটো অনিয়মীয়া প্ৰৱক্তা সকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পলিটেকনিকখনত কৰ্মৰত অনিয়মীয়া প্ৰৱক্তা সকলে শীঘ্ৰে চাকৰি নিয়মীয়া কৰা আৰু নিয়মীয়া নোহোৱা পৰ্যন্ত প্ৰৱক্তাৰ সমহাৰত দৰমহা দিয়া আদিৰ দাবীৰে এখন স্মাৰক পত্ৰ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd