• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছৰ ‘গুৰু প্ৰণাম’ কাৰ্যসূচী; ৰাজীৱ ভৱনত ৬গৰাকী শিক্ষকক সম্বৰ্ধনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2024 7:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৰু প্ৰণাম কাৰ্যসূচী আজি সফলভাৱে পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ নেতা কৰ্মীসকলে শিক্ষাগুৰুৰ চৰণত সেৱা জনাই অনাগত দিনসমূহ সুখ আৰু শান্তিময় হ’বৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি বিহপুৰীয়াত তিনিগৰাকী শিক্ষাগুৰু ক্ৰমে উমেশ শাস্ত্ৰী, বদন বৰা আৰু থানেশ্বৰ কলিতাৰ ঘৰলৈ গৈ শিক্ষা জীৱনত তেওঁলোকে আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে আৰু শ্ৰদ্ধা নিবেদন কৰে। সাংসদ ৰকিবুল হুছেইনে মন্দিয়াত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনায়।

ইফালে, ৰাজীৱ ভৱনত আজি অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষাগোটৰ তৰফৰ পৰা উলহ-মালহেৰে শিক্ষক দিৱস পালন কৰা হয়। শিক্ষাগোটৰ অধ্যক্ষ বিশ্বজিৎ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখন মুকলি কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ গুণ-গৰিমা ব্যাখ্যা কৰি কয় যে তেখেত ভাৰতীয় সংসদীয় ব্যৱস্থাৰ ত্যাগৰ প্ৰতীক আছিল।

Apply Now

ৰাজ্যসভাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি তেখেতে সদনত হোৱা ভুলবোৰ আঙুলিয়াই দিছিল। আনকি সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱহাৰলাল নেহৰুকো সমালোচনা কৰিবলৈ এৰি দিয়া নাছিল। এইজন দাৰ্শনিক পণ্ডিতক আজি স্মৰণ কৰিবলৈ পোৱাতো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলিও ভাষণত উল্লেখ কৰে।

দীৰ্ঘদিন ধৰি শিক্ষা সেৱা আগবঢ়াই অসমৰ জাতীয় জীৱনক সজীৱ কৰি ৰখা ৬ গৰাকী শিক্ষক ক্ৰমে বৰভাগ কলেজৰ প্ৰাক্তন অধ্যক্ষ ফনীধৰ ডেকা, গোৱালপাৰা আইন মহাবিদ্যালয়ৰ আনোৱাৰ হুছেইন, বৰহাট নিউ হাইস্কুল, চৰাইদেউৰ বীৰেণ বড়া, ড° ভীমৰাও আম্বেদকাৰ হাইস্কুল, বৰকলাৰ টংকেশ্বৰ দাস আৰু লাইলুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খনীন্দ্ৰ কুমাৰ গোস্বামীক ফুলৰ থোপা আৰু গামোচাৰে সন্মান প্ৰদৰ্শন কৰা হয়। ৰাজীৱ ভৱনৰ শিক্ষক দিৱসৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা বিপুল গগৈ, বালিকা পেগু, ৰূপা দেৱীকে ধৰি কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।

ইফালে ড০ উদয়াদিত্য ভৰালী, অপূৰ্ব বৰুৱা, মনোৰমা শৰ্মা, ড০ দয়ানন্দ পাঠক, ড০ দীনেশ বৈশ্যক পৃথকে পৃথকে কংগ্ৰেছ নেতা-কৰ্মীসকলে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।  ইফালে, কংগ্ৰেছ নেতা মেহদী আলম বৰা, ঋতুপৰ্ণ কোঁৱৰ, সম্বিত শৰ্মা, ইমদাদ হুছেইন, ছফি জামাল হুছেইনে পৃথকে পৃথকে আজি শিক্ষাগুৰুসকলক গুৱাহাটীত সম্বৰ্ধনা জ্ঞাপন কৰে।

একেদৰে শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে হাতত লোৱা ‘গুৰু প্ৰণাম’ কাৰ্যসূচীৰ অংশ হিচাপে আজি ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্ত, নৃতত্ত্ব বিভাগৰ অধ্যাপক ডঃ দ্বীপেন বেজবৰুৱা, ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ শৰৎ ফুকন, ইতিহাস বিভাগৰ অধ্যাপক ডঃ ৰাজীৱ সন্দিকৈ, আৰৱী বিভাগৰ অধ্যাপক ডঃ আবুল কালাম চৌধুৰী, ইংৰাজী বিভাগৰ অধ্যাপিকা ডঃ আশা কোঠাৰী চৌধুৰী, ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিকে ধৰি কেইবাগৰাকী সন্মানীয় শিক্ষাগুৰুক প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰফুল্ল কুমাৰ দাসৰ নেতৃত্বত মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তী আৰু মহছিন খানে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd