• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 13, 2020 8:15 am

1 min read

WhatsApp-Image-2020-01-23-at-4.01.49-PM

কামৰুল ইছলাম চৌধুৰী

2.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৩ জানুৱাৰিত দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হয়।

বুধবাৰে ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে কামৰুল ইছলামৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত সাব্যস্ত হোৱা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সংঘটিত হিংসাত্মক কাৰ্যসূচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কামৰুল ইছলাম।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ১২০(বি)/১২১(এ)/১২২/১২৩/১৪৩/১৪৮/১৫০/১৫২/১৫৩/১৫৩(এ)/৩২৬/৩৩৩/৩৫৩/৪২৭/৪৩৬ ধাৰাত ৩০/২০১৯ত এক গোচৰ ৰুজু হৈছিল।

কামৰুল ইছলাম মুকলি আকাশৰ তললৈ অহাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই চৰকাৰক তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছৰ মতে CAA বিৰোধী আন্দোলনত সবলভাৱে অংশগ্ৰহণ কৰি চৰকাৰৰ জাতি বিৰোধী কাম কাজৰ বিৰুদ্ধে মাত মতা বাবে সম্পূৰ্ণ প্ৰতিশোধমূলক আৰু ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি জেইললৈ নিক্ষেপ কৰা হৈছিল অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি গৰাকীক।

ইফালে আজি দিনৰ প্ৰায় ১১.৩০ মান বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনত কামৰুল ইছলামে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু যুৱ কংগ্রেছৰ কৰ্মপন্থাৰ সংক্ৰান্তত এখন সংবাদ মেলৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd