• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৃষ্টিশীল লেখক আৰু প্ৰকাশকক উদগনিৰ বাবে ব্যতিক্ৰমী পদক্ষেপ অসম প্ৰকাশন পৰিষদৰ

প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদানৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 5:49 pm
Assam Prakashan Parishad
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্রকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ পৰা সৃষ্টিশীল লেখক আৰু প্ৰকাশকৰ বাবে প্রকাশন পৰিষদ সাহিত্য বঁটা প্ৰবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰিষদৰ বামুণীমেদামস্থিত কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদ মেলত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে।

আজিৰ সংবাদমেলখনত সাংবাদিকসকলক সম্বোধন কৰি সচিব কলিতাই কয় যে সাহিতাৰ তিনিটা শাখা ক্ৰমে উপন্যাস, গল্প আৰু কাব্যৰ লেখকৰ মাজৰ পৰা এগৰাকী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হ’ব। লগতে এই সাহিতা বঁটাৰে পুৰস্কৃত হোৱা গ্ৰন্থখনৰ প্রকাশককো এটা বঁটা প্রদান কৰা হ’ব।

Apply Now

এই দুয়োটা বঁটাত থাকিব দুই লাখকৈ টকা আৰু একোখনকৈ প্রশস্তি-পত্ৰ। উল্লেখ যে সাহিত্যৰ ক্ষেত্ৰত লেখকক বঁটা প্ৰদান কৰাটো এটা সাধাৰণতে হৈ থকা কথা যদিও ভাৰতবৰ্ষত প্ৰথমবাৰলৈ লেখকৰ সমান্তৰালকৈ প্রকাশকক এনেদৰে বঁটা প্রদান কৰা এই ব্যৱস্থা এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ’ব।

সচিব কলিতাই এই প্ৰসংগত অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই বঁটা প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়ায় বুলি সংবাদমেলত ব্যক্ত কৰে। সৃষ্টিশীল লেখক আৰু প্রকাশকসকলক উৎসাহিত কৰাৰ বাবেই এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা উচিত বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৱে সচিব কলিতাক পৰামৰ্শ দিয়াৰ কথা সংবাদমেলত বিস্তৃতভাৱে অৱগত কৰে।

প্ৰমোদ কলিতাই এই বঁটাৰ নিয়ম সম্পৰ্কেও সংবাদমেলত কিছু ব্যাখ্যা দাঙি ধৰে। কলিতাই জনোৱা মতে ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশিত উপন্যাস,গল্প সংকলন আৰু কাব্যগ্ৰন্থ এই বঁটাৰ বাবে নিৰ্বাচিত হ’ব।

অসম প্রকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে এখন প্র-পত্ৰ প্রচাৰ মাধ্যমযোগে প্রকাশ কৰা হ’ব আৰু নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত প্রকাশিত উপন্যাস,গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্রকাশকে এই প্র-পত্ৰ পূৰণ কৰি প্রেৰণ কৰিব পাৰিব।

লেখক-প্রকাশকসকলে অসম প্রকাশন পৰিষদৰ ৱেৱচাইট www.publicationboardassam.com ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ অনলাইনযোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্র-পত্ৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি অহা ১০ ডিচেন্বৰ-২০২১ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব।

প্ৰ-পত্ৰ প্রেৰণৰ ডাক-ঠিকনা : অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১, ইমেইল: [email protected] ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd