• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ওপৰত ৱেব ছিৰিজ নিৰ্মাণ কৰিব অসমৰ নিৰ্মাতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2020 3:54 pm
yuvraj-web-series

ফটো: দ্য হিলটাইমছৰ সৌজন্যত

18.9k
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰডাকশ্যন হাউছ ড্ৰীম হাউছ প্ৰডাকশ্যনে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাৱাৰ সিঙৰ জীৱনৰ আধাৰত এটা ৱেব ছিৰিজ নিৰ্মাণ কৰাৰ বাবে সাজু হৈছে।

জোৰাৱাৰে ৱেব ছিৰিজটোৰ মূল ভূমিকাত অভিনয় কৰাৰ লগতে তেওঁলোকৰ মাতৃ শ্ববনম সিঙো প্ৰকল্পটোৰ সৈতে জড়িত থাকিব।

তদুপৰি, যুৱৰাজ আৰু তেওঁৰ পত্নী হাজেল কীচকো আহিবলগীয়া এই ৱেব ছিৰিজটোত দেখা যাব।

প্ৰডাকশ্যন হাউছটোৰ পৰিচালক নীতা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৱেব ছিৰিজটোত বলীউদৰ বিশিষ্ট অভিনেতায়ো অংশ ল’ব।

ৱেব ছিৰিজটো নিৰ্মাণৰ বাবে নিয়োজিত দলটোত থাকিব বলীউদৰ লিখক বিপিন উপনিয়ালে।

প্ৰডাকশ্যন হাউছটোৱে লগতে গুৱাহাটীৰ টী-ছিৰিজ ষ্টেজৱৰ্ক একাডেমীৰ লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে আগন্তুক সকোলোবোৰ প্ৰকল্পত জড়িত হোৱাৰ সুযোগ দিব।

‘’প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাৱৰ সিঙক ৱেব ছিৰিজত দাঙি ধৰিবলৈ পাই আমি ধন্য হৈছো। আমাৰ লক্ষ্য হৈছে অসমৰ যুৱ প্ৰতিভালৈ চিনাক্ত কৰি সুযোগ প্ৰদান কৰি এখন মঞ্চ আগবঢ়াই দিয়া,’’-শৰ্মাই লগতে কয়।

যুলৰাজৰ মাতৃ শ্ববনম সিঙে প্ৰকাশ কৰে যে তেওঁ তেওঁৰ পুত্ৰৰ জীৱনৰ বৰ্ণনা দাঙি ধৰিব খোজা ৱেব ছিৰিজটোৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত।

‘’বিশ্বই প্ৰকৃত যুৱৰাজ সিং আৰু জোৰাৱৰ সিঙক দেখিবলৈ পাব,’’-তেওঁ লগতে কয়।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd