• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাৰুদ্ধ অখিল গগৈ ৰাইজৰ দলৰ সভাপতি : পূৰ্ণাঙ্গ হ’ল আঞ্চলিক দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী কমিটি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 1:28 pm
Raijo Dal President
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাশিতভাৱেই নকৈ জন্ম লাভ কৰা ৰাজ্যৰ আঞ্চলকি দল ৰাইজৰ দলৰ সভাপতি পদত অধিষ্ঠিত হৈছে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ।

ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ প্ৰতিনিধিসকলে সৰ্বসন্মিত ক্ৰমে কাৰাৰুদ্ধ কৃষক নেতাগৰাকীক ৰাইজৰ দলৰ সভাপতি হিচাপে মনোনীত কৰে।

Apply Now

উল্লেখ্য যে যোৱা এবছৰে কেব বিৰোধী আন্দোলনত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগত অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে শাসনাধিষ্ঠ বিজেপি চৰৰাৰখনে।

২০১৯ চনৰ ডিচেম্বৰত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈক ১০ টাৰো অধিক পুৰণি গোচৰত আক্ৰোশমূলকভাৱে চৰকাৰে চাৰ্জশ্বীট দাখিল কৰি কাৰাৰুদ্ধ কৰি ৰখা চেষ্টা কৰি অহা বুলি সচেতন মহলে অভিযোগ কৰি আহিছে।

এই সকলোবোৰ পুৰণি গোচৰতে জামিন লাভ কৰিলেও কৃষক নেতাগৰাকীয়ে NIAৰ এটা গোচৰত জামিন লাভ নকৰাত বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে। যোৱা মংগলবাৰে উক্ত গোচৰৰ জামিন আবেদন খাৰিজ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

শুকুবাৰে নিশা অভিৱৰ্তনৰ প্ৰতিনিধি সভাই কাৰাৰুদ্ধ অৱস্থাতে কৃষক নেতা অখিল গগৈক ৰাইজৰ দলৰ সভাপতিৰূপে মনোনীত কৰাৰ লগতে দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিখনো গঠন কৰে।

দলটোৰ মুখ্য উপদেষ্টাৰূপে ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তিক উপদেষ্টাৰূপে মনোনীত কৰা হৈছে।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি তথা ৰাইজৰ দল অন্যতম আহ্বায়ক ভাস্ক’ ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকাক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে অভিৱৰ্তনৰ প্ৰতিনিধিসকলে।

কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সদ্য প্ৰাক্তন কংগ্ৰেছী কমল কুমাৰ মেধি, কৃষক মুক্তিৰ নেতা বেদান্ত লস্কৰকে আদি কৰি ১৭ জন বিভিন্ন জাতি জনগোষ্ঠীয় নেতাক উপ সভাপতিৰ দায়িত্ব দিয়া হৈছে।

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ চাহজাহান, টাই-আহোম যুৱ পৰিষদৰ প্ৰাক্তন নেতা লোহিত গগৈ, অনুসূচীত জাতিৰ প্ৰাক্তন ছাত্ৰ নেতা ৰুবুল দাসসহ ৯ জন বিভিন্ন জাতি-জনোগোষ্ঠীয় সংগঠনৰ প্ৰাক্তন নেতাক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে।

জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সম্পাদক ভৱেন সন্দিকৈসহ ১৮ নেতাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ইফালে অভিৱৰ্তনৰ প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ পৰাই ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিত এজনকৈ কাৰ্যনিৰ্বাহক সদস্য অন্তৰ্ভুক্ত কৰা হ’ব।

শুকুৰবাৰে অভিৱৰ্তনৰ প্ৰতিনিধি সভাত ৰাজ্যৰ চিন্তাবিদসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিৰ উপস্থিতিত ৰাইজৰ দলৰ সংবিধান, নীতি নিৰ্ধাৰণ, আদৰ্শ আদিৰ বিষয়ে আলোচনা কৰে।

তলত অভিৱৰ্তন গঠন কৰা ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিখনত দিয়া হ’ল—

মুখ্য উপদেষ্টা

ডঃ হীৰেণ গোহাঁই।

উপদেষ্টা

উদায়দিত্য ভৰালী, ডঃ সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত, ডঃ ঘনশ্যাম নাথ আৰু হাফিজ বচিৰ চৌধুৰী।
সভাপতি
অখিল গগৈ।
কাৰ্যকৰী সভাপতি
ভাস্ক’ ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা।
উপ সভাপতি
সুমিত্রা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাছেল হুছেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডাক্তৰ হাৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মন, ফণী টায়েঙ, অনিল বড়ো, ভবেন বৰুৱা, টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা আৰু পুলিন ভট্টাচাৰ্য।
সাধাৰণ সম্পাদক
মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ চাহজাহান, ৰুবুল দাস, গিৰি শংকৰ গোস্বামী, অংকুৰ শইকীয়া, আলোক নাথ, লোহিত গগৈ, দিৱস ফুকন আৰু জাহিৰুদ্দিন লস্কৰ।
সম্পাদক
দীপাংকৰ কলিতা, জেৰিফা ৱাহিদ, প্ৰবীণ দাস, দীপক তাঁতী, ভবেন সন্দিকৈ, দধিচাৰ ফাংচু, ৰত্নেশ্বৰ দেউৰী, নবদীপ বৰা, সম্বিৎ শৰ্মা, ধ্ৰুৱজ্যোতি ফুকন, অনুপ জ্যোতি শইকীয়া, অনুপম বৰুৱা, কৃষ্ণা শৰ্মা, দিগন্ত চাংমাই, আজমল হুছেইন, আশ্ৰাফুল ইছলাম, আব্দুল ৱাহব আৰু দিলোৱাৰা চৌধুৰী।
সহ সম্পাদক
আনিচুৰ ৰহমান, ৰুবুল বুঢ়াগোহাঁই, পদ্মকান্ত দাস, জয়ন্ত কুমাৰ দাস, চাহজাহান আলী, দাদুল আলী, প্ৰদীপ বৰুৱা, চিফুজ্বল বসুমতাৰী, যুগল জ্যোতি গগৈ, চেৰাম হৰজিত সিং, দিলীপ কুমাৰ শৰ্মা আৰু আৰিফ মজুমদাৰ।
সাংগঠনিক সম্পাদক
হেমন্ত সূত, মনিৰুজ জামান, ৰবি শইকীয়া চুতীয়া, পার্থ সাৰথি শইকীয়া, চিত্ৰ গগৈ, আমজাদ আলী শিকদাৰ, হীৰেন ফুকন, চক্ৰধৰ ডেকা, ৰঞ্জিত দত্ত, মমি চৌধুৰী, ললিত চেতিয়া আৰু এম এ হাজৰিকা।
মুখপাত্ৰ
জ্ঞানশ্ৰী বৰা আৰু বাকী ৫ গৰাকীৰ নাম কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে হ’ব।
বিত্ত সমিতিৰ সভাপতি
ডঃ ঘনশ্যাম নাথ।
তথ্য আৰু প্ৰচাৰ সম্পাদক
দেবাংগ সৌৰভ গগৈ আৰু মোজামিল হক।
কাৰ্যালয় সম্পাদক
 চিন্ময় বৰা।
কাৰ্যনিৰ্বাহক সদস্য
প্ৰভাত বৈষ্ণৱ আৰু পৰৱৰ্তী সময়ত প্ৰতি খন জিলাৰ পৰা এজনকৈ থাকিব সদস্য মনোনীত কৰা হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd