DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম ছানি ধৰা এনকেফেলাইটিছ ভূতৰ ওপৰতে আৰম্ভ ছোৱাইন ফ্লু দানহ, এজনৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2019 5:14 pm
Assam records first case of swine flu death this year

প্ৰতীকী ছবি। সৌজন্য-- ৱিকিপিডিয়া।

4.4k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰপৰ্য্যন্ত অসমত অৰ্ধশতাধিক লোকৰ প্ৰাণ লোৱা জাপানী এনকেফেলাইটিছৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত ঘটিছে ছোৱাইন ফ্লুত মৃত্যুৰ প্ৰথমটো ঘটনা।

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ গুৱাহাটীৰ আমিনগাৱঁত থকা নাৰায়না চুপাৰস্পেচিয়েল্তি হস্পিটেলত এজন ৭৫ বছৰীয়া লোকৰ মৃত্যু ঘটিছে।

ভগৱান প্ৰসাদ নামৰ লোকজনৰ যোৱা বুধবাৰে পুৱা ৫ বজাতে মৃত্যু ঘটিছে যদিও খবৰটো দেওবাৰেহে প্ৰকাশ পাইছে।

প্ৰসাদ এইচ১এন১ত আক্ৰান্ত হোৱাটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ মাইক্ৰ’বায়’লজি বিভাগে নিশ্চিত কৰিছে।

বি টি এ দিৰ বাক্সা জিলাৰ তামুলপুৰৰ বাসিন্দা প্ৰসাদক প্ৰথমে ৰঙিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে নাৰায়না হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

লোকজনক গুৰুতৰ অৱস্থাত আমিনগাৱঁৰ হস্পিটেলখনত ভৰ্তি কৰোৱা হৈছিল।

খবৰ মতে, মঙলবাৰে নাৰায়না হস্পিতেলত ভৰ্ত্তি কৰোৱাৰ সময়ত লোকজন তীব্ৰ জ্বৰৰ লগতে অন্যান্য শাৰীৰিক জটিলতাত ভুগি আছিল।

বুধবাৰে শেহ নিশা তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায় আৰু কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

ছোৱাইন ফ্লুৰ বীজাণু গাহৰিৰ শ্বাস নলীত বিকাশিত হয় আৰু পিছত মানুহৰ গালৈয়ো সংক্ৰমিত হয়।

জাপানী এনকেফেলাইটিছৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া ঘোষণা কৰি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগৰ সকলো চিকিৎসক-কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd