• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ সৃষ্টিকাৰী ‘দস্যু ভাস্কৰ’ ছিৰিজৰ লিখক ৰবীন দে ওৰফে ৰংমনৰ আজি স্মৃতি দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 1:40 pm
Robin dey
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ৰহস্য সাহিত্য জগতত অভিলেখ সৃষ্টিকাৰী ‘দস্যু ভাস্কৰ’ ছিৰিজৰ লিখক ৰবীন দে ওৰফে ৰংমনৰ আজি মৃত্যু বাৰ্ষিকীত তেওঁৰ অনুৰাগী তথা গুণমুগ্ধসকলে তেওঁক স্মৰণ কৰিছে।

অসমত জন্মগ্ৰহণ কৰা ৰবীন দে পাছলৈ কলকাতাত নিগাজীকৈ থাকিবলৈ লৈছিল। ৰংমন ছদ্মনামত লিখা তেওঁৰ ৰহস্যঘন ‘দস্যু ভাস্কৰ’ ছিৰিজে অসমত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল।

Apply Now

বৰ্তমানলৈকে অসমত এনেধৰণৰ ৰহস্য ছিৰিজ বিক্ৰীৰ অভিলেখ দস্যু ভাস্কৰে অক্ষুন্ন ৰাখিছে। দস্য ভাস্কৰ ছিৰিজৰ মুঠতে ৬২ টা খণ্ড প্ৰকাশ পাইছিল আৰু ইয়াৰ প্ৰথম খণ্ডটো আছিল ‘দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ’।

‘দস্যু ভাস্কৰ’ ছিৰিজৰ খণ্ডসমূহৰ ভিতৰৰ আন কেইটামান আছিল ‘গুহা মানৱ ভাস্কৰ’, ‘চক্ৰভেদী ভাস্কৰ’,’বিমান যুদ্ধত ভাস্কৰ’, ‘ দস্যু ভাস্কৰৰ অন্তৰ্ধান’, ‘ দস্যু ভাস্কৰ আৰু অদৃশ্য মানৱ’, ‘অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ’, ‘ভাস্কৰৰ প্ৰতিজ্ঞা পূৰণ’, ‘বন্ধু ভাস্কৰ’ ইত্যাদি।

দস্যু ভাস্কৰ ছিৰিজৰ উপৰি ৰংমনে ‘ডাকু’ ‘পবন কোঁৱৰ’ আৰু ‘পৰ্বতৰ ৰেঙণি’ আদি শিশু উপযোগী উপন্যাস ৰচনা কৰিছিল। তেওঁৰ এখন সামাজিক উপন্যাস ‘নিপাতৰ পাত’ আমাৰ প্ৰতিনিধি আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল যদিও উপন্যাসখন অসম্পূৰ্ণ হৈ ৰয়।

ৰবীন দে ১৯২২ চনৰ ১৮ মাৰ্চত অসমৰ শিৱসাগৰৰ নাজিৰাৰ দিখৌ নৈৰ কাষৰ এটি বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ নাজিৰাত পঢ়া শুনা কৰি ১৯৪৩ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰিছিল।

১৯৬০ চনত ৰবীন দেই  কলকাতাত তেতিয়াৰ ছোভিয়েট দেশ আলোচনীৰ অসমীয়া সংস্কৰণত যোগদান কৰিছিল। তেওঁ এগৰাকী অভিনেতাও আছিল।

সত্তৰ আৰু আশীৰ দশকত অসমীয়া পাঠকৰ নিদ্ৰা হৰণ কৰি ৰহস্য সাহিত্যৰ মাজলৈ তীব্ৰ আকৰ্ষণৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৰবীন দে ওৰফে জনপ্ৰিয় ৰংমনৰ ১৯৮০ চনৰ ২২ জুলাইত দেহাৱসান ঘটে।

অসমীয়া ৰহস্য সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী কলাকাৰগৰাকীৰ আজি মৃত্যু বাৰ্ষিকীত অসমবাসীয়ে জনাইছে একাঁজলি শ্ৰদ্ধাঞ্জলি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd