• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2020 10:38 am

1 min read

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ
4.1k
VIEWS
Share on FacebookShare on Twitter

অসম ৰাইফলছ আৰু শুক্ল বিভাগৰ যুটীয়া অভিযান চলাই সোমবাৰে মিজোৰাম চাম্ফাই জিলাৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ চিগাৰেট উদ্ধাৰ কৰে।

অসম ৰাইফলছৰ ২৩ চেক্টৰ অসম বেটেলিয়নে শুক্ল বিভাগৰ সৈতে অভিযান চলাই মিজোৰামৰ চাম্ফাই জিলাখনৰ পৰা ১৭ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়।

অসম ৰাইফলছে জব্দ হোৱা বিদেশী চিগাৰেটৰ সৈতে এগৰাকী ব্যক্তিকো আটক কৰে বুলি জানিবলৈ দিয়ে।

জব্দ হোৱা বিদেশী চিগাৰেটখিনিৰ ভাৰতীয় বজাৰত মূল্য প্ৰায় ২২.১০ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি সূত্ৰত প্ৰকাশ পাইছে।

তদন্তত বিদেশী চিগাৰেটখিনি ম্যানমাৰৰ পৰা ভাৰতলৈ অনা হৈছিল বুলি জানিব পৰা গৈছে।

ইপিনে, মিজোৰামত অসম ৰাইফলছে বৰদিন উপলক্ষে মঙলবাৰে দুখনকৈ অনাথ আশ্ৰমত প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায়।

চাৰ্চিপত থকা য়ুটিলিটি অনাথ আশ্ৰম আৰু জোৱাৰ আৰবান ডিপৰাইভত অসম ৰাইফলছৰ জোৱান সকলে খাদ্য, কাপোৰকে ধৰি অন্যান্য উপহাৰৰ টোপোলা আগবঢ়ায়

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd