DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শদিয়াৰ এই শয্যাগতা কণমানিক মূৰ তুলি উঠাত আপুনিও সহায় কৰিব পাৰে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 2, 2019 1:54 pm
Assam Sadia: Family of bedridden teen girl appeals for help

ৰোগশয্যাত কণমানি চানিয়া। ছবি-- নৰ্থইষ্ট নাও।

6.5k
VIEWS
Share on FacebookShare on Twitter

১১ বছৰীয়া চানিয়া চাৰ্কি৷ পখিলা খেদাৰ বয়সত শয্যাগতা হৈ আছে তিনিচুকীয়াৰ শদিয়া শান্তিপুৰৰ এই কণমানিজনী।

ছোৱালীজনীৰ দেউতাক আছে– মানুহজন মদাহী আৰু দুখীয়া, আৰু মাক ঢুকাইছে অকালতে।

চাপাখোৱাৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ মতে, তাই কিডনিৰ জটিল ৰোগত আক্ৰান্ত৷

আৰু তাইক উন্নত চিকিৎসাৰ বাবে জৰুৰীভাৱে অধিক সুবিধাযুক্ত চিকিৎসালয়লৈ নিব লাগে। “উন্নত চিকিৎসাত পলম হ’লে তাইৰ অৱস্থা অতি সংকটজনক হ’ব,” চিকিৎসকৰ ভাষ্য।

কিন্তু, ধনৰ অভাৱত চানিয়া এতিয়াও অসামৰিক চিকিৎসালয়খনতে ৰোগশয্যাত পৰি আছে।

অধিক দুৰ্ভাগ্যৰ কথা, বহুদিনৰে পৰা ছোৱালীজনী ঘৰতে বেমাৰত পৰি আছিল যদিও দেউতাকে চিকিৎসালয়লৈ নিয়া নাছিল।

দেউতাকৰ সলনি চানিয়াৰ অইন সম্বন্ধীয় লোকেহে চাপাখোৱাৰ ৰাজহুৱা চিকিৎসালয়ত তাইক ভৰ্তি কৰিছে।

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ হাতত এতিয়া উন্নত চিকিৎসাৰ বাবে ফুটা কড়ি এটাও নাই৷

আপুনি পাৰিলে, সহায় কৰিব খুজিলে ৬৯০০৭-৮৮৩৭১ আৰু ৮৪৭2৯-৪৭৩৪৪ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd