• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়া ভাষাৰ জ্ঞান নথকা প্ৰাৰ্থীক প্ৰশাসনীয় সেৱাত নিযুক্তি দিয়া বন্ধ কৰাৰ আহ্বান অসম সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2019 7:18 pm
Sahitya Sabha deligation

অমস সাহিত্যৰ সভাৰ প্ৰতিনিধি দল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ জ্ঞান নথকা কোনো প্ৰাৰ্থীক প্ৰশাসনীয় সেৱাৰ চাকৰিত যাতে নিযুক্তি দিয়া নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাই আহ্বান জনাইছে। আজি বিয়লি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত এটা সঁজাতি দলে অসম লোকসেৱা আয়োগৰ কাৰ্য্যালয়ত অধ্যক্ষ দীপক কুমাৰ শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই ক্ষেত্ৰত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

সভাই স্মাৰক পত্ৰখনত লোকসেৱা আয়োগৰ সকলোধৰণৰ পৰীক্ষাত অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকতৰ বাবে প্ৰায় পাঁচ বছৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৰিয়তে পাঠ্যক্ৰম প্ৰস্তুত কৰি দিছিল বুলি উল্লেখ কৰে। এই সুদীৰ্ঘ পৰিক্ৰমাত লোকসেৱা আয়োগে সেই পাঠ্যক্ৰম প্ৰয়োগ কৰিছেনে নাই সেই কথা নূন্যতম সৌজন্যতা ৰক্ষা কৰিও সাহিত্য সভাক অৱগত নকৰিলে।

Apply Now

আনহাতে, যদিহে সেই পাঠ্যক্ৰম কাৰ্য্যকৰী হোৱা নাই তেন্তে আগন্তুক তিনিমাহৰ ভিতৰত গুৰুত্বপূৰ্ণ কামখিনি কাৰ্য্যকৰী কৰাৰ বাবে সভাই আয়োগৰ অধ্যক্ষক আহ্বান জনায়।

অসম সাহিত্য সভাই অসমৰ বিভিন্ন জাতীয় অনুষ্ঠান আৰু জনজাতীয় সাহিত্য সভাৰ লগত আলোচনা কৰি অসম চৰকাৰৰ ভাষা-নীতিৰ লগতে অসমীয়া তথা খিলঞ্জীয়া ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে এলানি প্ৰস্তাৱ আৰু পৰামৰ্শ লোকসেৱা আয়োগক প্ৰদান কৰি লোকসেৱা আয়োগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগে অসম চৰকাৰৰ ১৯৬০ চনৰ ভাষা আইন যথাযথ ভাবে প্ৰয়োগ কৰাটো অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে।

অসম লোকসেৱা আয়োগক আজি সভাই আয়োগৰ বাছনি পৰীক্ষাত অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ প্ৰশ্নোত্তৰ ৫০ শতাংশ আৰু অসম চৰকাৰৰ ভাষা-নীতি অনুসৰি ৫০ শতাংশ নম্বৰৰ প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈও দাবী জনায়। সভাৰ মতে লোকলেৱা আয়োগৰ পৰীক্ষাত যিহেতু ইংৰাজী ভাষাজ্ঞান থকাটো বাধ্যতামূলক, ঠিক সেইদৰে শতাংশ হিচাপ কৰি হলেও অসমীয়া ভাষা আৰু অন্যান্য খিলঞ্জীয়া ভাষাজ্ঞান বাধ্যতামূলক কৰিব লাগিব।

আজিৰ সঁজাতি দলটোত সভাৰ সভাপতিৰ লগতে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী, গুৱাহাটী প্ৰশাসনিক কাৰ্য্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, প্ৰকাশন আহ্বায়ক মানিক আহমেদ, ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ উপ-সভাপতি অনঙ্গ কুমাৰ নাথ, আহ্বায়ক হৃদয়ানন্দ গগৈ, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে অৰুণ মহন্ত আৰু ৰাণা বশিষ্ঠই অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd