• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বিত্ত বৰ্ষত পৰিবহণ নিগমে ক্ৰয় কৰিব ৬৭৮ খন বাছ; ২৫ শতাংশ ৰেহাইত হিতাধিকাৰীয়ে ক্ৰয় কৰিব বাছ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 21, 2020 6:36 pm
ASTC press meet

সংবাদ মেলৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগাযোগ ব্যৱস্থা উন্নীত কৰনৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উবেৰাইজেচন আঁচনি ৷

পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে উবেৰাইজেচন আঁচনি গ্ৰহণ কৰিছে বুলি কয়।

Apply Now

এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলক ২৫ শতাংশ ৰেহাইত বাছ ক্ৰয় কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে যোগান ধৰিব বুলি সংবাদ মেলত ভট্টৰায়ে কয়।

হিতাধিকাৰী সকলে লাভ কৰা ৰেহাইৰ ভিতৰত ১৫ শতাংশ পৰিশোধ কৰিব লাগিব আৰু ১০ শতাংশ ৰেহায় পাব বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

আনহাতে, এই আঁচনিৰ জৰিয়তে ক্ৰয় কৰা গাড়ী অতি কমেও পাঁচ বছৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাব লাগিব বুলিও তেওঁ লগতে কয়।

ইতিমধ্যে আগ্ৰহী হিতাধিকাৰী সকলৰ আবেদনৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

ব্যক্তিগত ক্ষুদ্ৰ ব্যৱসায়ী, আত্মসহায়ক গোটে এই আঁচনিৰ সুবিধা ল’ব পাৰিব৷ তাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱেবচাইট www. Astc.assam.gov.in-ত হিতাধিকাৰীয়ে ১০০০ টকা মাছুলেৰে আৱেদন কৰিব পাৰিব৷ চলিত মাহৰ ২৯ তাৰিখ আবেদনৰ বাবে অন্তিম দিন।

ইয়াৰ উপৰিও ভট্টৰায়ে জানিবলৈ দিয়া অনুসৰি কোনো এজন হিতাধিকাৰীয়ে যি পথত গাড়ী আৱন্টন কৰিব সেই পথতে চলাব লাগিব৷ এজন আবেদকাৰীয়ে বেলেগ বেলেগ পথত সৰ্বোচ্চ ৫ খন গাড়ীৰ বাবে আবেদন কৰিব পাৰিব।

এই আঁচনি ৰূপায়নৰ বাবে চলিত বিত্ত বৰ্ষত ৭০ কৌটি টকা নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি ভট্টৰায়ে তাৰ বাবে ২০ কোটি টকা ৰাজ্যৰ বিভিন্ন বাছ আস্থান নিৰ্মাণ, মেৰামতি, শিশু পৰিচৰ্যা কক্ষ, প্ৰস্ৰাৱগাৰ, নিৰ্মাণত ব্যয় কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে বাকী থকা ৫০ কোটি টকা আঁচনিৰ অধীনত বাছ ক্ৰয় কৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰথম পৰ্যায়ত চলিত বিত্ত বৰ্ষত আৱন্টিত পূজিৰে পৰিবহণ নিগমে ৬৭৮ খন বাছ ক্ৰয় কৰিব বুলি জনিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd