• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসম শ্ৰেষ্ঠ গণৰাজ্য দিৱসত প্ৰদৰ্শিত ২২টা প্ৰতীক পটৰ ভিতৰত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2020 8:46 am

1 min read

Assam tableau

গণৰাজ্য দিৱসত প্ৰদৰ্শিত অসমৰ প্ৰতীক পট

2.8k
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ বাবে এটা ভাল খবৰ। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজঘাটত আয়োজিত গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা অসমৰ প্ৰতীক পটে প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

গণৰাজ্য দিৱসত ১৬খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত এলেকা আৰু ছটা মন্ত্ৰ্যালয়/ বিভাগৰ প্ৰতীক পট সমূহৰ মাজৰ পৰা অসমৰ প্ৰতীক পটে প্ৰথম পুৰস্কাৰ লাভ কৰা বুলি সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সদৰী কৰে।

উল্লেখ্য যে এইবাৰ অসমৰ প্ৰতীক পটত আছিল বাঁহ-বেতৰ কাৰিকৰীৰ লগতে ঢোল-পেঁপা, ভোৰ তাল নৃত্য, জনজাতীয় শিপিনী আৰু সত্ৰীয়া সংস্কৃতি।

যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশে। উত্তৰ প্ৰদেশে লাভ কৰিছে তৃতীয় স্থান।

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত মুঠ ২২টা প্ৰতীক পট প্ৰদৰ্শিত হৈছিল।

জানিব পৰা মতে আজি নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পুৰস্কাৰ প্ৰাপ্ত ৰাজ্যসমূহক এই বঁটা প্ৰদান কৰিব।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd