• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজিৰ পৰা অসমৰ কিছু সংখ্যক চাহ বাগিচাত পুনৰ কাম আৰম্ভ; চাহ মজদুৰ সংঘৰ প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 11, 2020 8:19 pm

2 min read

tea-workers-assam-bonus-durga-puja

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

2.6k
VIEWS
Share on FacebookShare on Twitter

দেশত অব্যাহত থকা ল’কডাউনৰ বাবে অসমৰ সকলোবোৰ চাহ বাগিচা বন্ধ হৈ আছিল।

কিন্তু কেন্দ্ৰ চৰকাৰে ল’কডাউনৰ আওতাৰ পৰা অসমৰ চাহ বাগিচাসমূহ ৰেহাই দিয়াত শনিবাৰৰ পৰা অসমৰ তিনিখন জিলাৰ কিছুসংখ্যক চাহ বাগিচাত পুনৰ আৰম্ভ হৈছে কাম।

অসমৰ ডিব্ৰুগড়, যোৰাহট আৰু দৰং জিলাৰ কিছু সংখ্যক চাহ বাগিচা শনিবাৰৰ  পৰা পুনৰ কাম আৰম্ভ কৰা হৈছে বুলি উদ্যোগ বিভাগৰ সূত্ৰত প্ৰকাশ।

অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ মতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত কোনো চাহ বাগিচাৰ কৰ্তৃপক্ষ আৰু শ্ৰমিকে কাম কৰিবলৈ বিচাৰিলে জিলা দণ্ডাধীশে সিদ্ধান্ত গ্ৰহণ কৰি অনুমিত প্ৰদান কৰিব পাৰিব।

ইফালে বিষয়টোক লৈ অসমৰ বিভিন্ন মহলত বিতৰ্ক হোৱা দেখা গৈছে। বহুতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী বুলি সমালোচনা কৰা দেখা গৈছে।

আনহাতে অসম চাহ খেতিয়ক সংস্থাৰ অধ্যক্ষা নাজাৰিন আহমেদে সংবাদ মাধ্যমক কয় যে চাহ বাগিচাবোৰক ৫০ শতাংশ কাম(ল’কডাউনৰ সময়ত) কৰাৰ বাবেহে চৰকাৰে অনুমতি প্ৰদান কৰিছে।

অসম চাহ মজদুৰ সংঘ( ACMH)ৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই কয় যে বিশ্ব স্বাস্থ্য সংস্থা আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাৱলীৰ মতে বাগিচাসমূহ পৰিচালিত হ’ব লাগে।

গোৱালাই কয় যে এই নিৰ্দেশনাৱলীৰ মতে সামাজিক দূৰত্ব, চেনিটাইজেশ্যন, হাত ধোৱা আদি অতি প্ৰয়োজন। ল’কডাউনৰ সময়ত বাগিচাসমূহ বন্ধ কৰাৰ লগতে বাগিচাসূহত মানুহ সোমোৱা ওলোৱা সম্পূৰ্ণ বন্ধ নিষিদ্ধ কৰিব লাগে। ACMH ৰ সাধাৰণ সম্পাদক গোৱালাই কয়।

গোৱালাই কয় যে শ্ৰমিকসকলৰ স্বাস্থ্য সম্পৰ্কীয় দিশসমূহ বাগিচাৰ কতৃৰ্পক্ষই কঠোৰভাৱে পালন কৰিব লাগে।

‘বৰাক উপত্যকাৰ কথা নাজানো, কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলে মজুৰী হিচাপে এককালীন আৰ্থিক সাহায্য লাভ কৰিছে।’ গোৱালাই লগতে কয়।

Tags: COVID-19

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd