• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2025 7:44 pm
ফটো সংগৃ্হীত

ফটো সংগৃ্হীত

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল শোষিত, নিষ্পেষিত। অসম ৰাজ্যিক সমিতিৰ ভাৰতীয় চাহ মাজদুৰ সংঘৰ সভাপতি এ ৰামা ৰাৱে চাহ বাগিচাৰ শ্ৰমিক সকলৰ এনে  অৱস্থাৰ বাবেৰ আক্ষেপ প্ৰকাশ কৰিছে। চাহ শ্ৰমিক সকলৰ এই অৱস্থাই শাসন ব্যৱস্থাৰ বিফলতাক উদঙাই দিছে, য’ত ৰাজ্যখনৰ সৰ্ববৃহৎ অৰ্থনৈতিক খণ্ডই চাহ উৎপাদনৰ পৰা হয়। তেনে স্থলত প্ৰান্তীয় শ্ৰমিকসকলক মৰ্যাদা বা নিৰাপত্তা প্ৰদান নকৰাকৈয়ে তেওঁলোকৰ জড়িয়তে মুনাফা অৰ্জন কৰি আহিছে। এই ব্যৱস্থাগত অৱহেলাই অসমৰ বাগিচা অৰ্থনীতিৰ অসমতাৰ গভীৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে, যিবোৰ ঔপনিৱেশিক যুগৰ গাঁথনিসমূহৰ মাজত শিপাই আছে। বছৰি কোটি কোটি টকাৰ ৰাজহ আহৰণৰ ক্ষেত্ৰত তেওঁলোকৰ  ভূমিকা থকাৰ পিছতো শ্ৰমিকসকল দৰিদ্ৰতা আৰু শোষণৰ সন্মুখীন হ’বলগীয়া হৈছে।

চাহ বাগিচাত দুটা দশকৰো অধিক সময় ধৰি কষ্ট কৰা বহু শ্ৰমিকক এতিয়াও অস্থায়ী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, যাৰ বাবে তেওঁলোকক চাকৰিৰ সুৰক্ষা, স্বাস্থ্য সুবিধা, আৰু অত্যাৱশ্যকীয় সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। গৰ্ভৱতী মহিলাসকল নিয়মিতভাৱে প্ৰসূতিৰ সুবিধাৰ পৰা বঞ্চিত হয়, পৰিয়ালসমূহে অপৰ্যাপ্ত অনাময় ব্যৱস্থাৰ সৈতে অস্বাস্থ্যকৰ বাসস্থানত বাস কৰি আহিছে। আৰু অসংখ্য কৰ্মচাৰীয়ে প্ৰভিডেণ্ট ফাণ্ডৰ অতিৰিক্ত ধনৰ বাবে অপেক্ষাত থাককিব লগা হৈছে। এই অভিযোগসমূহে কেৱল প্ৰশাসনিক ত্ৰুটিয়ে নহয়, চৰকাৰৰ উদাসীনতাকো উন্মোচন কৰিছে। আৰু চাহ কোম্পানীসমূহৰ লাভৰ ব্যৱধানে মানৱ অধিকাৰ হৰণ কৰি অহাৰ লগতে, প্ৰধানকৈ খিলঞ্জীয়া আৰু জনজাতীয় সম্প্ৰদায়ৰ কৰ্মশক্তিৰ মাজত আন্তঃপ্ৰজন্মৰ দৰিদ্ৰতা আৰু স্বাস্থ্য সংকটৰ চক্ৰক স্থায়ী কৰি ৰাখে।

Apply Now

এই ব্যাপক অসন্তুষ্টিৰ প্ৰতি সঁহাৰি জনাই বিচিএমএছে দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধানৰ বাবে জৰুৰী সংস্কাৰৰ দাবী জনাই ২৮ আগষ্টত ৰাজ্যজুৰি প্ৰতিবাদৰ পৰিকল্পনা কৰিছে। এই প্ৰতিবাদৰ জড়িয়তে নীতি নিৰ্ধাৰকসকলক প্ৰাচীন পদ্ধতিসমূহ ভাঙি পেলাবলৈ আৰু ন্যায্য মজুৰি, সা-সুবিধা আৰু গৃহ নিৰ্মাণ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে, যাতে অশান্তি আৰু শ্ৰমিকৰ নাটনিৰ ফলত উদ্যোগটোৰ বহনক্ষমতা বিপন্ন নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd