• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ছয়গাঁও-কাণ্ডৰ নিচিনা ঘটনাৰ সন্মুখীন অসমৰ শিল্পীৰ দল; মহানগৰ আৰক্ষী আয়ুক্তৰ তৎপৰতাত উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 9:19 am
Narangi Anchalik Mahavidyalaya

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এটা শিল্পীৰ দল পুনৰ ছয়গাঁও-কাণ্ডৰ নিচিনা ঘটনাৰ সন্মুখীন হৈছে।

ছয়গাঁৱৰ বকোত যোৱা ৭ জুনত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ যোৱা শিল্পীৰ এটা দলক উদণ্ড যুৱকৰ দলে আবদ্ধ কৰি অশালীন নৃত্য প্ৰদৰ্শনৰ বাবে হেঁচা দিয়া ঘটনাটোৰ দৰেই পৰিস্থিতিৰ সন্মুখীন হৈছে অসমৰ পৰা শিলিগুৰিলৈ যোৱা ৯জনীয়া এটা শিল্পীৰ দলে।

Apply Now

নৃত্যশিল্পীৰ দলটোত ৭ গৰাকী ছোৱালী আৰু দুজন ল’ৰা আছে। তেওঁলোক নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

আবদ্ধ হৈ থকা নৃত্যশিল্পীৰ দলটোৰ এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপিকালৈ বিপদৰ পৰিস্থিতিটো জনাই মেছেজ কৰাৰ পিছতে মহাবিদ্যালয়খনে আৰক্ষীক খবৰ দিয়ে আৰু গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ দাসৰ তৎপৰতাত নৃত্যশিল্পীৰ দলটোক উদ্ধাৰ কৰিছে বিহাৰৰ মচৰখ থানাৰ আৰক্ষীয়ে।

জানিব পৰা মতে, বকোৰ ঈদৰ ঘটনাটোৰ দৰেই, অসমৰ পৰা ১ আগষ্টতে শিলিগুৰিলৈ যোৱা শিল্পীৰ দলটোৱে শিলিগুৰিত উপস্থিত হৈ জানিব পাৰে যে তাত কোনো সাংস্কৃতিক অনুষ্ঠান নহয়।

তাৰ পিছতে তেওঁলোকক প্ৰায় ৭-৮ ঘণ্টাৰ বাট বাছেৰে লৈ যোৱা হয় বিহাৰৰ ছাৰণ জিলাৰ অধীনৰ মাচৰাখ থানাৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও বানচুহীলৈ। গন্তব্য স্থান সম্পৰ্কে তেওঁলোকে একো উৱাদিহ পোৱা নাছিল।

শিল্পীৰ দলটো গৈ তাত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক বিল্ডিং এটাৰ ওপৰ মহলাত আবদ্ধ কৰি ৰখা হয়, য’ত তলৰ মহলাত প্ৰায় পঞ্চাচজনমান যুৱক আছিল।

তেওঁলোকক তললৈ নামিবলৈ বা ফোনত কাৰো সৈতে যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল। ছাত্ৰীগৰাকীয়ে গোপনে তেওঁলোকৰ মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকীক মেছেজত এই কথাখিনি জনায়।

ইয়াৰ পিছতে মহানগৰ আৰক্ষীক খবৰ দিয়ে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। আৰু মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি তৎপৰতাৰে শিল্পীৰ দলটোক উদ্ধাৰ কৰায়।

শিল্পীৰ দলটোক নৃত্য পৰিৱেশনৰ বাবে লৈ যোৱা বিহাৰৰ অনুষ্ঠানটোৰ মুখ্য আয়োজক হিচাপে ৰাজু পেটেল আৰু সহায়িকা খুচী পেটেলৰ নাম আছিল বুলি জনা গৈছে।

শিল্পীৰ দলটোক বিহাৰ আৰক্ষীৰ পৰা সুৰক্ষিতভাৱে অসমলৈ আনিবলৈ ইতিমধ্যে অসম আৰক্ষীৰ এটা দল বিহাৰলৈ গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd