• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধানসভাত কথা দিলে; অসমৰ ৰাইজক কম দামত ইজিপ্তৰ পিঁয়াজ খুৱাব ফণীভূষণ চৌধুৰীয়ে

অনুপ শৰ্মা by অনুপ শৰ্মা
December 5, 2019 4:22 pm
Fanibhusan Choudhuri

ফণীভূষণ চৌধুৰী

5.4k
VIEWS
Share on FacebookShare on Twitter

বজাৰত পিঁয়াজৰ মূল্যই প্ৰতি কিলোগ্ৰামত ১০০ টকালৈ গতি কৰাৰ সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সাধাৰণ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে ইজিপ্তৰ পৰা পিঁয়াজ আমদানি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

অসম বিধানসভাৰ শীতকালীন অধিবেশনত বৃহস্পতিবাৰে খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ইজিপ্তৰ পৰা পিঁয়াজ আমদানি কৰাৰ কথা জানিবলৈ দিয়ে।

‘‘আমি ইজিপ্তৰ পৰা পিঁয়াজ আমদানিৰ পৰিকল্পনা কৰিছো। সাধাৰণ গ্ৰাহকে বজাৰত এই পিঁয়াজ ৫৫ টকা প্ৰতি কিলোগ্ৰামত লাভ কৰিব,’’ চৌধুৰীয়ে কয়।

অসমক প্ৰতিবছৰে ৪.৫ লাখ মেট্ৰিক টন পিঁয়াজৰ প্ৰয়োজন হয়।

উল্লেখযোগ্য যে, চলিত বৰ্ষত মহাৰাষ্ট্ৰৰ নাচিকত হোৱা ভয়াবহ বানপানীৰ বাবে সমগ্ৰ দেশত পিঁয়াজৰ নাটনিয়ে দেখা দিছে।

ভাৰত চৰকাৰে বাংলাদেশলৈ পিঁয়াজৰ ৰপ্তানি বন্ধ কৰাৰ লগতে এতিয়া নিজৰ দেশৰ পিঁয়াজৰ চাহিদা পূৰণৰ বাবে তুৰ্কীৰ পৰা পিঁয়াজ আমদানি কৰিব।

আনহাতে, দেশত পিঁয়াজৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিৰোধী দল, সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd