• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব পৰ্যটন দিৱস উপলক্ষ্যে অসম পৰ্যটন বিভাগৰ বিভিন্ন প্ৰতিযোগিতা; মুঠ ৩ লাখতকৈও অধিক টকা পুৰস্কাৰ হিচাপে লাভৰ সুযোগ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 17, 2019 6:57 am
Jayanta Malla Baruah

জয়ন্ত মল্ল বৰুৱা। উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম পৰ্যটন বিভাগৰ ব্ৰাণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে পৰ্যটন বিভাগৰ চুক্তি সমাপ্ত হোৱাৰ পাছতো অভিনেত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ৰে এবছৰলৈ প্ৰচাৰ চলোৱাৰ অধিকাৰ বিভাগৰ আছে বুলি শুকুৰবাৰে সংবাদ মেলত উল্লেখ কৰে জয়ন্তমল্ল বৰুৱাই।

গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম পৰ্যটন ভৱনত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি অসম পৰ্যটন বিভাগৰ অধ্যক্ষ বৰুৱাই বিভাগে Awesome Assam ৰ ভিত্তিত এখন প্ৰতিযোগিতা আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে।

Apply Now

আগন্তুক ‘বিশ্ব পৰ্যটন দিৱস’ উপলক্ষে অসমৰ পৰ্যটন স্থলীসমূহক কিদৰে বিশ্ব দৰবাৰত জিলিকাব পাৰি সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে বুলি বৰুৱাই জানিব দিয়ে।

উল্লেখ্য যে প্ৰতিযোগিতা খনি তিনিটা ভাগত অনুষ্ঠিত কৰা হ’ব৷ ছুটী ছবি, ফটোগ্ৰাফী আৰু লেখনি প্ৰতিযোগিতা৷

লগতে এই সকলো কেইটা বিভাগৰ বিষয়বস্তু পৰ্যটন বিভাগৰ অন্তৰ্গত হ’ব লাগিব  আৰু প্ৰতিযোগিতাখনত বিজয়ীসকলক পুৰস্কৃত কৰা হ’ব বুলিও জয়ন্ত মল্ল বুৰৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

প্ৰতিযোগিতাৰ চুটি ছবিসমূহৰ দৈৰ্ঘ্য ১ মিনিটৰ পৰা ৩ মিনিটৰ ভিতৰত হ’ব লাগিব আৰু লেখনিসমূহ ২০০ শব্দৰ ভিতৰত হ’ব লাগিব।

আগন্তুক ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰৰ ভিতৰত চুটি ছবি, ফটোগ্ৰাফী আৰু লেখনীসমূহ জমা দিব লাগিব।

প্ৰতিযোগিতাত বিজয়ীসকলক বিশ্ব পৰ্যটন দিৱসত বঁটা আৰু ধনৰ টোপোলা প্ৰদান কৰা হ’ব বুলি বৰুৱাই জানিবলৈ দিয়ে।

শ্ৰেষ্ঠ চুটি ছবিলৈ আগবঢ়োৱা হ’ব ১ লাখ টকা আৰু দ্বিতীয় আৰু তৃতীয়লৈ ক্ৰমে ৭৫ হাজাৰ আৰু ৫০ হাজাৰ টকা আগবঢ়োৱাৰ লগতে উদগনি পুৰস্কাৰ হিচাপে ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

আনহাতে লেখনি প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তলৈ ক্ৰমে ১০,০০০, ৭,৫০০ আৰু ৫০০ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব।

তদুপৰি, ফটোগ্ৰাফী প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতিয় আৰু তৃতীয় স্থানৰ পুৰস্কাৰ হিচাপে ক্ৰমে ২৫ হাজাৰ, ২০ হাজাৰ আৰু ১৫ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলৰো ফটো, চুটি ছবি, লেখনিসমূহ পৰ্যটকৰ সুবিধাৰ্থে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা হ’ব বুলিও জয়ন্ত মল্ল বৰুৱাই কয়।

প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ বাবে অসম পৰ্যটন বিভাগৰ অফিচিয়েল ৱেবচাইট tourism.assam.gov.in

লৈ গৈ জানিব পাৰিব।

 

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd