• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ মুকলি উলংঘনেৰে অসম পৰিবহণ বিভাগে যান-বাহন কৰৰ ‘‘আদায় কৰিছে জৰিমনা”

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 8:16 pm
Assam Transport Department “levy penalty” on MV Tax defying Ministry’s order
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰই যান-বাহন আইন ১৯৮৮ আৰু কেন্দ্ৰীয় যান-বাহন বিধি ১৯৮৯ সম্পৰ্কীয় সকলো নথি-পত্ৰৰ ম্যাদ বঢ়াই দিবলৈ লোৱা সিদ্ধান্তৰ মুকলি উলংঘনেৰে অসমৰ পৰিবহণ বিভাগে জৰিমনা ল’বলৈ আৰম্ভ কৰিছে।

পৰিলক্ষিত হৈছে যে অসম পৰিবহণ বিভাগে যান-বাহন কৰ নৱীকৰণৰ ক্ষেত্ৰত জৰিমনা আদায় ল’বলৈ আৰম্ভ কৰিছে।

Apply Now

বহু মালবাহী বাহনৰ মূলতঃ ট্ৰাকৰ মালিকসকলে ৩১ মাৰ্চৰ পূৰ্বে যানবাহন কৰ পৰিশোধ কৰিব পৰা নাছিল কাৰণ ২৪ মাৰ্চৰ পৰা লকডাউন ঘোষণা কৰা হৈছিল।

পৰৱৰ্তী সময়ত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সঞ্চালক পিয়ুষ জৈনে ৩০ মাৰ্চত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক চাৰ্কুলাৰ জাৰি কৰিছিল।

চাৰ্কুলাৰখনত স্পষ্টকৈ উল্লেখ আছে যে ক’ভিড-১৯ মহামাৰীৰ বাবে যানবাহন আইন ১৯৮৮ আৰু কেন্দ্ৰীয় যানবাহন বিধি ১৯৮৯ সম্পৰ্কীয় সকলো নথিপত্ৰৰ ম্যাদ ৩০ জুনলৈকে বঢ়াই দিয়া হ’ব।

অধিসূচনাখনৰ মতে ১ ফেব্ৰুৱাৰিৰ পৰা ম্যাদ উকলি যোৱা সকলো নথিৰ বৈধতা ৩০ জুনত উকলিব, আৰু সকলো নথিপত্ৰকে ৩০ জুনলৈকে “বৈধ বুলি বিবেচনা” কৰা হ’ব।

কিন্তু, অসম পৰিবহণ বিভাগৰ বিষয়াসকলে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অধিসূচনাখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, আৰু জৰিমনা ল’বলৈ আৰম্ভ কৰিলে।

“এইটো আশ্চৰ্য্যৰ কথা যে অসম পৰিবহণ বিভাগৰ বিষয়াসকলে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অধিসূচনাখন মানিবলৈ অস্বীকাৰ কৰিলে,” জি বি চৌধুৰী হ’ল্ডিং প্ৰাইভেট লিমিটেডৰ এগৰাকী কৰ্মচাৰীয়ে কয়।

কোম্পানিটোৰ কৰ্মচাৰীগৰাকীয়ে কয় যে জৰিমনা দিয়াৰ বাহিৰে তেওঁৰ আন উপায় নাছিল কাৰণ পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে জৰিমনা দিয়াটো বাধ্যতামূলক বুলি জোৰ কৰিছিল।

“লকডাউনৰ মাজত পৰিবহণ বিভাগৰ কাৰ্য্যালয়সমূহ বন্ধ থকাৰ সময়ত কোনোবাই যানবাহন কৰ কেনেকৈ দিব পাৰে?” কৰ্মচাৰীগৰাকীয়ে কয়।

বহুবাৰ চেষ্টা কৰা সত্ত্বেও গুৱাহাটীৰ জিলা পৰিবহণ বিষয়া (এনফ’ৰ্চমেণ্ট) অৰুণ বৰাৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল কাৰণ তেওঁ তেওঁৰ ম’বাইল ফোন ৰিচিভ কৰা নাছিল।

একেদৰে, অসম পৰিবহণ বিভাগৰ আয়ুক্ত এ পি তিৱাৰীয়েও ফোন গ্ৰহণ কৰা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd