DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বৰ কাষত ৰাজ্যৰ গাওঁবুঢ়া

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 20, 2018 8:33 pm
BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মা। ছবি- টুইটাৰৰ পৰা।

598
VIEWS
Share on FacebookShare on Twitter

দৰমহা বৃদ্ধিৰ দাবীৰে বৃহস্পতিবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে সদৌ অসম গাওঁবুঢ়া সন্থা।

মাহিলী দৰমহা ২৭,৫০০ টকালৈ বৃদ্ধি, প্ৰতিজন গাওঁবুঢ়াৰ বাবে একোটাকৈ কাৰ্য্যালয়, গাওঁবুঢ়াসকলৰ স্বাভাৱিক মৃত্যুত ৫লাখ আৰু অস্বাভাৱিক মৃত্যুত ১০লাখকৈ টকা পৰিয়ালক এককালীন সাহায্য দিয়াৰ দাবীৰে মন্ত্ৰী শৰ্মাক স্মাৰক পত্ৰ দিছে সন্থাই।

“গাওঁবুঢ়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সঁজাতি দলে বিত্ত মন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰে,” নৰ্থ ইষ্ট নাও-ক জনালে সমন্বয়ক দিলীপ দত্তই।

আলোচনা “সৌহাদ্যপূৰ্ণ” বুলি সদৰী কৰি দত্তই লগতে কয় যে মন্ত্ৰীগৰাকীয়ে গাওঁবুঢ়াসকলৰ সমস্যাৰাজি গুৰুত্ব সহকাৰে লৈ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

সন্থাৰ দলটোত আছিল সভাপতি ডম্বৰুধৰ দেউৰী, সম্পাদক সমৰেন্দু হাজৰিকা, কাৰ্য্যকৰী সভাপতি  ঘনশ্যাম তালুকদাৰ, সাংগঠনিক সম্পাদক পংকু বৰা আৰু সমন্বয়ক দিলীপ দত্তই।

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd