• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলকাতাৰ বোৱাৰী হ’বগৈ ‘জানমণি’; আজি গাত সানিলে মাহ-হালধি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 10, 2019 5:23 pm

1 min read

কলকাতাৰ বোৱাৰী হ’বগৈ ‘জানমণি’; আজি গাত সানিলে মাহ-হালধি
23.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ জীয়ৰী হ’বগৈ কলকাতাৰ বোৱাৰী। অসমৰ জানমণি বুলি খ্যাত শ্যামন্তিকা শৰ্মাই গাত সানিলে মাহ হালধি। আজি বিবাহকাৰ্য্য সম্পন্ন হয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ।

মহানগৰীৰ ভাৰলুস্থিত শুকলেশ্বৰ দেৱালয়ত মাংগলিক কাৰ্যৰে সম্পন্ন হয় বিবাহ। কাইলৈৰ পৰা কলকাতাৰ বোৱাৰী হ’বগৈ অসমৰ জানমণি তথা অভিনেত্ৰী শ্যামন্তিকা।

কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অভিনেত্ৰীগৰাকী। সুপ্ৰতিম দাস নৌসেনাৰ এগৰাকী বিষয়া। কেপ্তেইন সুপ্ৰতিম বৰ্তমান দেনমাৰ্কত কৰ্মৰত।

সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে সম্পন্ন হয় বিবাহ কাৰ্য্য। বৈদিক কাৰ্যৰে সম্পন্ন হয় এই বিবাহ।

গুৱাহাটীত বিবাহকাৰ্য সম্পন্ন হোৱাৰ পিছতে কাইলৈ ২ বজাত কলকাতালৈ বিমানযোগে ৰাওনা হ’ব শ্যামন্তিকা দম্পতী। কলকাতাতো হ’ব অভ্যৰ্থনা অনুষ্ঠান।

কেইবাখনো অসমীয়া ছবি আৰু ভিডিঅ’ ছবিত অভিনয় কৰিছে শ্যামন্তিকাই। ‘জানমণি’ ভিচিডিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী।

Recent News

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd