DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত “অসমীয়া নাপিত সন্থা”ৰ আত্মপ্ৰকাশ, খুলিছে ১০১খন চেলুন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
September 12, 2019 5:47 pm
Assamese barbers association formed in Assam's Majuli

মাজুলীত চুলি কটাত ব্যস্ত অসমীয়া ল’ৰা। ছবি- নৰ্থইষ্ট নাও।

1.4k
VIEWS
Share on FacebookShare on Twitter

মাজুলীত অসমীয়া যুৱকে খুলিছে ১০১খন চেলুন। গঠন কৰিছে “অসমীয়া নাপিত সন্থা”।

নাপিত বৃত্তিৰ প্ৰতি পৰম্পৰাগত হেয়জ্ঞানৰ অৱসান ঘটাই নদীদ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ তিনিআলি-চাৰিআলিসমূহত এতিয়া দেখা গৈছে “অসমীয়া” ল’ৰাৰ চেলুন।

এশ এখন চেলুনত চুলি কটাত লাগিছে কেইবাশও যুৱক। চলাইছে পৰিয়াল, হৈছে স্বাৱলম্বী।

গড়মূৰৰ দ্বীপেন, অনিল, মদন, মাইনা, গোবিন, বকুল, নৃপেন, পহুমৰাৰ মইনা, দেওদিআতিৰ বিজয়, পতিয়া গাঁৱৰ বিপুল, ফুলনিৰ মহেন্দ্ৰ, ৰতনপুৰৰ সোণকণ, মালাপিন্ধাৰ বাবুল—সকলো এতিয়া ব্যস্ত নিজৰ ব্যৱসায় চলোৱাত।

থলুৱা যুৱকৰ এই উদ্যমৰ প্ৰতি স্থানীয় ৰাইজেও আগবঢ়াইছে উৎসাহী সমৰ্থন।

ৰাতিপুৱাৰে পৰা গ্ৰাহকৰ ভিৰ দেখা গৈছে এই চেলুনসমূহত।

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd