• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃটিশ্ব ডেপুটি হাই কমিছনাৰ পদত অসমৰ কলেজীয়া ছাত্ৰী মঞ্জিতা বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2019 8:23 pm
Assamese College Girl led British Deputy High Commission for a day

ক’লকাতাৰ বৃটিশ্ব ডেপুটি হাই কমিছনত বৃ্হস্পতিবাৰে মঞ্জিতা বৰুৱা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কলেজীয়া ছাত্ৰী মঞ্জিতা বৰুৱাই বৃহস্পতিবাৰে ক’লকাতাৰ বৃটিশ্ব ডেপুটি হাই কমিছনৰ নেতৃত্ব দিয়ে।

আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০১৯ উপলক্ষে ২০ বছৰীয়া মঞ্জিতাই এদিনলৈ ক’লকাতাৰ কূটনৈতিক মিছনটোৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিছে।

Apply Now

মঞ্জিতাই কমিছনৰ নে’টৱৰ্ক, বিভাগীয় ব্ৰীফিঙৰ লগতে গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু মিডিয়াৰ সৈতে কথা হোৱাৰ সুযোগ লাভ কৰে।

২০১৬ চনৰ পৰা বৃটিশ্ব হাই কমিছনে ভাৰতীয় তৰুণীসকলক– এদিনৰ বাবে ডিপ্লমে’টিক মিছনটোৰ নেতৃত্বদান—ৰ অনন্য সুযোগ আগবঢ়াই আহিছে।

এইবাৰ তৃতীয় বৰ্ষত ভৰি দিয়া এই হাই কমিছনাৰ ফৰ এ’ দে’ প্ৰতিযোগিতা ১৮ৰ পৰা ২৩বছৰ বয়সৰ ভাৰতীয় তৰুণীৰ বাবে মুকলি থাকে।

বাচনি প্ৰক্ৰিয়াত আবেদনকাৰীসকলক “লিংগ সমতা কিয় গুৰুত্বপূৰ্ণ আৰু এই বিষয়ত তেওঁলোকৰ সৰ্বোত্তম প্ৰেৰণা কোন?”–বিষয়ক এটা এক মিনিটৰ ভিডিঅ’ প্ৰস্তুত কৰিবলৈ কোৱা হয়।

মঞ্জিতা বৰ্তমান শিলচৰৰ নেচনেল ইন্সটিটিউট অৱ টে’কনলজিৰ ইলেক্ত্ৰনিক আৰু কমিউনিকে’চন ইঞ্জিনিয়াৰিঙৰ বি টেক ছাত্ৰী।

মঞ্জিতাৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) বিষয়ত ৰাপ আছে আৰু আৰ্ট আৰু সংগীত তেওঁৰ হবি।

এই সুযোগে মঞ্জিতাক কূটনৈতিক সম্পৰ্ককে ধৰি ডেপুটি হাই কমিছনাৰৰ এটা দিনৰ বিভিন্ন দিশসমূহ নিৰীক্ষণ কৰা, শিকা আৰু অভিজ্ঞতা লাভৰ এক মঞ্চ প্ৰদান কৰিলে।

মঞ্জিতাই লিংগ সমতাৰ প্ৰসাৰ আৰু মানৱ সৰবৰাহ ৰোধাৰ বাবে ইউকেই লোৱা পদক্ষেপসমূহৰ বিষয়েও জনাৰ সুযোগ পালে।

British Deputy High Commission

ইউকেই আগবঢ়োৱা ব্যৱসায়-বাণিজ্যৰ সুযোগসমূহ তেওঁ দিনজুৰি জানিব পাৰিলে। কমিছনৰ নীতি বিষয়ক গোটে তেওঁক চ্চিভেনিং জলপানি আৰু ফেল’শ্বিপসমূহ আৰু ইউকে কিদৰে এক বিশ্ব উচ্চ শিক্ষা কেন্দ্ৰ সেই বিষয়ে অৱগত কৰিলে।

ইউকেৰ ক্ৰীড়াক্ষেত্ৰত শক্তি, আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহ মোকাবিলাত ভাৰতৰ সৈতে ইয়াৰ চিৰকলীয়া মিত্ৰতাৰ বিষয়েও মঞ্জিতাই জানিব পাৰিলে।

মঞ্জিতা বৰুৱাই ক’লে: “কন্যা শিশুৰ প্ৰতি কোনো পুৰুষ-মহিলাই সাধ্যানুসাৰে নিজৰ অংশখিনি কৰিবলৈ আগবাঢ়ি আহিলে, ই সমন্বিত সামৰ্থ্য হ’ব বৃ্হৎ। ই পৃথিৱীখনক এক উন্নততৰ আৰু সুৰক্ষিত আৱাসস্থল কৰি তোলাত এক ধনাত্মক প্ৰভাৱদায়ী এক লক্ষণীয় পৰিৱৰ্তন আনিব।”

ক’লকাতাৰ বৃটিশ্ব ডেপুটি হাই কমিছনাৰ ব্ৰ্যুচ বাকনেলে কয়: “ইউকে আৰু ভাৰতে গোলকীয় শক্তি হিচাপে চিৰদিনে কাম কৰি আহিছে। লিংগ সমতা প্ৰসাৰৰ গুৰুত্ব আমি ভাৰতৰ সৈতে বিনিময় কৰো।”

“মই সুখী যে তৰুণী নাৰীক তেওঁলোক যে ভৱিষ্যতৰ নেতা সেই কথা প্ৰদৰ্শন কৰি আৰু তেওঁলোকৰ মত বিনিময় কৰাৰ এক মঞ্চ প্ৰদান কৰি ‘আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ পালন কৰিবলৈ সক্ষম হৈছো,” বাকনেলে কয়।

মঞ্জিতাৰ এদিন কাৰ্য্যসূচীত বৃটিশ্ব কাউন্সিল পৰিদৰ্শন আৰু তেওঁলোকৰ কৰ্মচাৰীৰ সৈতে কথা-বাৰ্তা আৰু তেওঁলোকৰ সৃষ্টিশীলতা আৰু পুথিভঁৰাল সেৱাৰ অভিজ্ঞতা গ্ৰহণৰ সুবিধাও অন্তৰ্ভুক্ত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd