• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত স্বাধীনতা দিৱসৰ দিনা স্বাধীনতা সংগ্ৰামীক মৰণোত্তৰভাৱে সম্বৰ্ধনা গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ

ইয়াছিন আলী by ইয়াছিন আলী
August 16, 2020 3:11 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“গণতান্ত্রিক যুৱ পৰিষদ অসম চমুকৈ (জিপা)ই ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অভয়াপুৰি উত্তৰ বিধানসভা সমিষ্টিৰ বালাৰচৰ গাঁৱৰ পেঞ্চন প্ৰাপ্ত মুক্তি যুঁজাৰু মৰহুম মহম্মদ আলি সৰকাৰক মৰণোত্তৰ বাবে তেখেতৰ সহধৰ্ম্মিণী মোছা: সাজিৰণ নেছা সৰকাৰ ৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত জিপাৰ উপদেষ্টা ড০ ইফতিকাৰ আলী আহমেদ, উপ-সভাপতি ডা: জাকিৰ হুছাইন, শিক্ষা সম্পাদক জাহিদুল ইছলাম মিৰ্ধা, আলোচনী সম্পাদক মো: মোস্তাফিজুৰ ৰহমান, প্ৰচাৰ সম্পাদক জাকিৰ হুছেইন, সৃজনগ্ৰাম ব্লক এৰিয়া কমিটিৰ সাধাৰণ সম্পাদক ইয়াছিন আলী,  মুক্তিযুঁজাৰুজনৰ সুযোগ্য সন্তান চামছুল হক, কন্যা হুনুফা খাতুন, ছুফিয়া খাতুন, নাতি ক্ৰমে আবু ছায়েদ  মোল্লা (ৰাজেশ), জেহেৰুল ইছলাম, স্থানীয় শিক্ষিত যুৱক গোলবৰ আলী, বিকে জুনিয়াৰ কলেজৰ অধ্যক্ষ আবু ছায়েদ আহমেদ আদিৰ লগতে বহু কেইজন গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে সভাত।

Apply Now

গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ উপদেষ্টা ডঃ ইফতিকাৰ আলী আহমেদে ভাষণ প্ৰসঙ্গত কয় যে স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশ মাতৃৰ ৰক্ষাৰ্থে নিজকে উছৰ্গিত কৰিছিল। যাৰ বাবে আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হ’ব পাৰিছো।

সভাত জিপাৰ উপ-সভাপতি ডঃ জাকিৰ হুছেইনে কয় যে আমি শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। অন্যথা উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হব লগতে শিক্ষা সম্পৰ্কীয় বহু মূল্যৱান ভাষণ আগবঢ়ায়।

জিপাৰ সভাপতি ডঃ আনোৱাৰ হুছেইনে কয় যে শিক্ষাই মুক্তিৰ এক মাত্ৰ পথ। সেয়া সু শিক্ষাৰে শিক্ষিত হৈ হে এজন সুস্থ মানুহে এটা সুস্থ সমাজ তথা দেশ গঢ় দিয়াত সহযোগী হ’ব পাৰে।

সভাত উপস্থিত থাকে জিপাৰ সৃজনগ্ৰাম ব্লক এৰিয়াৰ সম্পাদক ইয়াছিন আলী। ইয়াছিন আলীয়ে ভাষণত প্ৰত্যেক জন যুজাঁৰুক এটা এটা মূল্যৱান সম্পদ কয়। লগতে মুক্তি যুঁজাৰু মহম্মদ আলী সৰকাৰ বালিৰ চৰৰ মাণিক বুলি অভিহিত কৰে।

এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কোকিলা, নাম্বাৰপাৰা-চাকলা, গোলাপাৰা আৰু বালাৰচৰ গাঁও পঞ্চায়তৰ প্ৰায় এশ দুৰ্গত পৰিয়ালক ২৫ কেজি কৈ চাউল, ১ কেজি আলু, ১ কেজি দাইল বিতৰণ কৰে।

অৱশেষত জিপাৰ কৰ্ম কৰ্তা সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে মুক্তি যুঁজাৰু পৰিয়ালে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd