• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমীয়া যুৱকে বাঙালী ছোৱালী বিয়া কৰালে লাভ কৰিব অৰ্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 3:29 pm
Bride

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা বাঙালী যুৱকে অসমীয়া ছোৱালী বিয়া কৰালে আৰ্থিক সাহায্য লাভ কৰিব, অথবা বঙালী ছোৱালীয়ে যদি অসমীয়া যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হয় তেন্তেও আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

দেওবাৰে যোৰহাটত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা স্পষ্ট কৰে অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডে।

Apply Now

ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সভাপতি অলক কুমাৰ ঘোষে এই কথা উল্লেখ কৰি আৰ্থিক অনুদান হিচাপে লাভ কৰিবলগীয়া টকাৰ পৰিমাণ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই বুলি কয়।

‘‘প্ৰতিটো জনগোষ্ঠীৰ মাজত যি সমন্বয় আছে আমি সেই সমন্বয় আৰু অধিক দৃঢ় কৰিবলৈ বিচাৰো,’’ অলক কুমাৰ ঘোষে লগতে কয়।

ইয়াৰ উপৰিও ঘোষে অসমীয়া-বাঙালিৰ মাজত অতি মধুৰ সম্পৰ্ক বুলি উল্লেখ কৰি কিছুমান অজ্ঞাত কাৰণত দুয়োটা জাতিৰ ভাষা-সাহিত্য-সংস্কৃতিক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে কিন্তু এনেদৰে ৰাজ্য নচলে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডে ৰাজ্যৰ ১৫ খন চহৰত সম্পুৰ্ণ নিজা খৰচত প্ৰজ্ঞা সুন্দৰী দেৱী আৰু তেওঁৰ স্বামী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে।

প্ৰজ্ঞাসুন্দৰী দেৱী আছিল বিজ্ঞানী হেমেন্দ্ৰনাথ ঠাকুৰ আৰু পূৰ্ণিমা দেৱীৰ কন্যা। প্ৰজ্ঞাসুন্দীৰ দেবীৰ ককায়েক আছিল নোবেল বঁটা বিজয়ী সাহিত্যিক তথা কবি ৰবীন্দ্ৰনাথ ঠাকুৰ।

‘‘বাঙালী সকলে কেতিয়াও নাগৰিকত্ব (সংশোধন) আইনক সমৰ্থন নকৰে। সেই কথা অসমীয়া লোক সকলে ভালকৈ নজনাৰ বাবে দ্বন্দ্বৰ সৃষ্টি হৈছে,’’ অলক ঘোষে আৰু কয়।

‘কা’-ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে অসমত বাঙালী আৰু অসমীয়াৰ মাজত কোনো প্ৰভেদ নাই অসমৰ বাঙালী সকলেও নিজকে অসমীয়া হিচাপে বিলীন কৰি দিছে।

সংবাদমেলত ঘোষে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰসংগ উল্লেখ কৰি হাজৰিকাই বাঙালী-অসমীয়াৰ মিলন সাঁকো হিচাপে পশ্চিমবংগত যিবোৰ গান গাইছিল সেইগানবোৰ অসমত অসমীয়া ভাষাত গাইছে বুলি কয়।

বাঙালী-অসমীয়াৰ মাজত বিবাহ আৰু দুয়োটা জাতিৰ মাজৰ সম্পৰ্ক দৃঢ়কৰণৰ আৰম্ভণি বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল।

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ উত্তৰ-পূবৰ ভিতৰত অসম ৰাজ্যখন অতি প্ৰিয় আছিল। কবিগুৰুই তিনিবাৰ অসম ভ্ৰমণলৈ আহিছিল ক্ৰমে ১৯১৯, ১৯২৩ আৰু ১৯২৭ চনত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd