DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত অসমীয়া পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 18, 2018 1:27 pm
Fashion Show

প্ৰতিনিধিত্বমূলক

1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ‘ৰামধেনু সাংস্কৃতিক গোষ্ঠী’ নামৰ অনুষ্ঠানটোৱে পোন প্ৰথম বাৰৰ বাবে শিৱসাগৰৰ জয়সাগৰত অসম ভিত্তিত অসমীয়া পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

অহা ২২ ডিচেম্বৰত জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয় প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে যাতে সফল ভাৱে অংশ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়াকৈ প্ৰতিযোগীসকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও কৰিছে সাংস্কৃতিক অনুষ্ঠানটোৱে।

উক্ত প্ৰতিযোগিতাখন ‘মেগা মিছ্ গ্ৰীণ আসাম’ নামেৰে নামাকৰণ কৰা হৈছে বুলি উদ্যোক্তা তথা মুখ্য ব্যৱস্থাপক দিপ্তী বৰাই এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে। প্ৰতিযোগিতাখন কিডছ, মিছ আৰু মিছেছ এই তিনিটা শাখাত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত  অসমৰ প্ৰতিখন জিলাৰ চহৰ আৰু গাঁও অঞ্চলৰ প্ৰতিভাৱান যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰিব পাৰিব। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে অসমৰ প্ৰায় কেইখন জিলাৰ পৰা প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে।

ইফালে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৯১০১৭৮৪৮৭২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাৰ ফালৰ পৰা আহ্বান জনাইছে।

আনহাতে ৪ বছৰৰ পৰা ১২ বছৰীয়া শিশু সকলব বাবে ভৰ্ত্তি মাচুল হব ৮০০ টকা আৰু মহিলাৰ ক্ষেত্রত বয়সৰ সীমা নৰখাকৈ ভৰ্ত্তি মাচুল ১২০০ টকা নিৰ্ধাৰণ কৰাৰ লগতে ২২ ডিচেম্বৰৰ মূল প্ৰতিযোগিতাখনি বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰিছে আয়োজক সমিতিয়ে।

Recent News

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd