DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফিল্মফেয়াৰ-২০২০ বর্জনৰ আহ্বান শিল্পী, সাংবাদিক, বুদ্ধিজীৱী সমাজৰ

“বাৰীৰ পিছফালে শ এটা থৈ ভোজ-ভাত খোৱাৰ দৰে কাম কৰিছে চৰকাৰে”, ফ্লিমফেয়াৰ ২০২০-ক লৈ মন্তব্য অৰূপ বৰবৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2020 8:10 pm
Vimal_Filmfare_Awards_2019

যোৱা বাৰৰ ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ এখন ছবি।

813
VIEWS
Share on FacebookShare on Twitter

১৬ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ফিল্মফেয়াৰ বঁটা ২০২০-ৰ বাবে অসম পৰ্য্যটন বিভাগে যো-জা চলাই থকাৰ সময়তে অসমৰ বোলছবি জগত, সংগীত জগত, নাট্য সমাজ, বুদ্ধিজীৱী সমাজ, নাগৰিক সমাজ আদিয়ে ইয়াৰ বিৰোধিতা কৰিছে।

মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়, “কা-বিৰোধী আন্দোলনৰ সময়ত এনে অনুষ্ঠান পতাটো দুৰ্ভাগ্যজনক। বাৰীৰ পিছফালে শ এটা থৈ ভোজ-ভাত খোৱাৰ দৰে কাম কৰিছে চৰকাৰে। ফিল্মফেয়াৰ মেগাজিন আজিৰ তাৰিখত মৃতপ্ৰায়, দেশত কোনো ৰাজ্য চৰকাৰে ফিল্মফেয়াৰ বঁটা প্ৰদান স্প’নছৰ কৰাৰ নজিৰ নাই”।

বৰবৰাৰ মতে এই অনুষ্ঠান পাতি বণিয়া গোষ্ঠীটোৱে অসমৰ পৰা ২০০ কোটি লৈ যাব। কোনো সুস্থ সংস্কৃতিৰ পৰিৱৰ্তে সস্তীয়া গীত-নৃত্যৰ অনুষ্ঠানেৰে ফিল্মফেয়াৰ বঁটা ২০২০ অনুষ্ঠিত কৰা হ’ব।

ইপিনে, টাইমছ অব ইণ্ডিয়াই টিকটৰ পৰা সংগৃহীত ধনৰ এটা অংশ মুখ্য মন্ত্ৰীৰ পুঁজিলৈ দিব বুলি উল্লেখ কৰা প্ৰসংগ টানি তেওঁ লগতে কয়, “কিন্তু সস্তীয়া অনুষ্ঠানৰ ধন কিয় ল’ব লাগে মুখ্য মন্ত্ৰীয়ে? বিজতৰীয়া সংস্কৃতিৰ জৰিয়তে সংগৃহীত ধন মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ যাব।”

“অসম-ভাৰতৰ সংস্কৃতিৰ বাহক নহয় ফিল্মফেয়াৰ অনুষ্ঠান। এই অনুষ্ঠান চৰকাৰে বৰ্জন কৰিব লাগে। শান্তিপূৰ্ণভাৱে, গণতান্ত্ৰিকভাৱে এই অনুষ্ঠান অসমৰ ৰাইজে বৰ্জন কৰিব লাগে”, চৰকাৰ আৰু জনসাধাৰণলৈ আহ্বান জনাই বৰবৰাই কয়।

আনহাতে, একেখন সংবাদমেলত উপস্থিত থাকি জনপ্ৰিয় অভিনেতা ৰবি শর্মাই কয়, “কা-বিৰোধী আন্দোলনত মৃত্যু হোৱা পাঁচটাকৈ শ আমি দেখা পোৱা বেছিদিন হোৱা নাই। আমি শোকস্থিতিত আছো, গতিকে এনে অনুষ্ঠান অনুষ্ঠিত হোৱাটো কামনা নকৰো। শিল্পী হিচাপে আমি চৰকাৰী ৰি-প্ৰেজেনটেটিভ নহয় বা মানুহৰ ৰি-প্ৰেজেনটেটিভ নহয়, আমি একো একোটা সত্ত্বা।”

এই ফ্লিমফেয়াৰ অনুষ্ঠান অসমৰ বাবে নহয় বুলি দাবী কৰি শৰ্মাই লগতে কয়, “চৰকাৰে কেইদিনমান পূৰ্বে ধঁপাত নিৰ্মূলৰ বাবে এটা নীতি লৈছিল। কিন্তু এই এৱাৰ্ড অনুষ্ঠানত ধৰমপাল সত্যপাল গ্ৰুপে প্ৰস্তুত কৰা গুটখাৰ বিজ্ঞাপন দিব। চৰকাৰৰ এই স্ব-বিৰোধী নীতি আমি বেয়া পাইছো।”

তদুপৰি, সংবাদমেলত উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে কয়, “ফ্লিমফেয়াৰ অনুষ্ঠানত অসমৰ শিল্পী সমাজৰ অংশগ্ৰহণ নাথাকে। কাৰণ এই অনুষ্ঠানত অসমৰ শিল্পীক কোনো অগ্ৰাধিকাৰ দিয়া নহয়। অসমৰ শিল্পী সমাজলৈ আমন্ত্ৰণ হয়তো জনাব, কিন্তু ৰেড কাৰ্পেটৰ ওচৰত ৰাখিব। ফ্লিমফেয়াৰত অসমৰ শিল্পীক ডান্স কৰিব নিদিয়ে।”

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd