• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘হিমন্তই নিজ দলৰ ইতিহাস অধ্যয়ন কৰা উচিত’, সাংসদ গৌৰৱ গগৈ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 11, 2023 9:28 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ১১ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান আৰু তালিবানৰ সৈতে কংগ্ৰেছৰ প্ৰস্তাৱৰ মাজত সাদৃশ্য অংকন কৰাৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে হামাছৰ হিংসাত্মক আক্ৰমণ আৰু কাৰ্যকলাপক কংগ্ৰেছে ৱৰ্কিং কমিটিয়ে বিৰোধিতা কৰা নাই বুলি অভিযোগ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে হিমম্ত বিশ্ব শৰ্মাই বিজেপি দলৰ ইতিহাস অধ্যয়ন কৰা উচিত বুলি তীৰ্যক মন্তব্য কৰিছে।

পেলেষ্টাইন সন্দৰ্ভত কংগ্ৰেছৰ চি ডব্লিউ চিৰ প্ৰস্তাৱক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনা সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয়, “…অসমৰ মুখ্যমন্ত্ৰীয়ে বহু কথা বুজি নাপায়। তেওঁ ইতিহাস অধ্যয়ন কৰিব লাগে। এতিয়া নতুন দলত যোগদান কৰাৰ লগে লগে তেওঁ নিজৰ নেতাসকল আৰু বাজপেয়ী জীয়ে যি কৈছিল সেয়া অধ্যয়ন কৰিব লাগে।”

প্ৰস্তাৱটোৰ ওপৰত তেওঁ আৰু কয়, “…মই ভাবো কংগ্ৰেছ দলে কোৱা কথাখিনি বহুতে সমৰ্থন কৰিছে। বহুতে কংগ্ৰেছ দলে নিজৰ মতাদৰ্শগত স্থিতি পাহৰা নাই বুলি উল্লেখ কৰিছে। কংগ্ৰেছ দলে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে।”

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে, “মই দেখিছোঁ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰস্তাৱে ইজৰাইলৰ নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত হামাছে চলোৱা বৰ্বৰ আক্ৰমণক লৈ সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে। চি ডব্লিউ চিয়ে হামাছক গৰিহণা দিয়া নাছিল, তেওঁলোকে পেলেষ্টাইনক সমৰ্থন কৰাৰহে চেষ্টা কৰিছিল।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছিল যে কংগ্ৰেছৰ দিনৰে পৰা ভাৰত সন্ত্ৰাসবাদৰ বলি হৈ আহিছে সেয়েহে কংগ্ৰেছ দলে হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণ বা কাৰ্যকলাপক সম্পূৰ্ণৰূপে নিন্দা কৰা উচিত আছিল। সেইটো নকৰি কংগ্ৰেছে স্পষ্ট কৰি দিছে যে তেওঁলোক সন্ত্ৰাসবাদৰ বিৰোধী নহয় তেওঁলোক সদায় তুষ্টিকৰণহে কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd