• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ৰাক্ষসে জন্ম লোৱাৰ খবৰ মিছা

অনুপ শৰ্মা by অনুপ শৰ্মা
January 10, 2020 8:43 pm
Assam's "demon baby'' story fake, says Altnews

ছবি সৌজন্য-- Altnews

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাক্ষস শিশু” এটিয়ে অসমত জন্ম লোৱা বুলি বিয়পি পৰা খবৰ মিছা।

যোৱা জুলাইত প্ৰথম চৰ্চা লাভ কৰা “ৰাক্ষস শিশু”ৰ বাতৰিটো Altnews নামৰ বাতৰিৰ সত্যতা অনুসন্ধানকাৰী সংবাদ সংস্থাটোৱে ভুৱা বুলি প্ৰমাণ কৰিছে।

Apply Now

চ’চিয়েল মিডিয়াত চলা ৰাক্ষস শিশুৰ খবৰটোত দাবী কৰা হৈছিল যে তাৰ জন্মৰ লগে লগে মাকৰ মৃত্যু ঘটিছে আৰু সন্তানটি জন্ম দিয়াত সহায় কৰা নাৰ্ছগৰাকীৰো তিনি ঘণ্টাৰ ভিতৰত প্ৰাণহানি হৈছে।

কিন্তু, “ৰাক্ষস” নৱজাতকটিৰ জন্ম ক’ত হৈছে বা মাক-বাপেক কোন আদি একো তথ্য চ’চিয়েল মিডিয়াত উৰি ফুৰা বাতৰিটোত নাছিল।

এতিয়া Altnewsৰ বিতং অনুসন্ধানত প্ৰকাশ যে শিশুটি আচলতে “Harlequin Ichthyosis” নামৰ এক খুব দুৰ্লভ ৰোগত আক্ৰান্ত।

“ত্ৰুটীপূৰ্ণ জীনৰ বাবে এক নিযুতৰ মাজত এগৰাকী লোক এই ৰোগত আক্ৰান্ত হয়। ই ছাল গঠন প্ৰক্ৰিয়াৰ গতিত প্ৰভাৱ পেলায়, অৰ্থাৎ পুৰণি শুকান ছাল খহাত অধিক সময় লয় বা নতুন ছাল অধিক দ্ৰুতগতিত সৃষ্টি হয়। ফলত ডাঠ ছালৰ তৰপ এটাৰ সৃষ্টি হয়,” Altnewsৰ বাতৰিত প্ৰকাশ।

অনলাইন মিডিয়া গোটটোৰমতে, এনে ঘটনা অসমতে ঘটিব বুলি কথা নাই, ভাৰতৰ আন ঠাইতো এনে শিশুৱে জন্ম লোৱাৰ উদাহৰণ আছে।

“২০১৬ চনৰ জুনত মহাৰাষ্ট্ৰৰ বিদৰ্ভত এটা খেতিয়ক দম্পতীয়ে এনে এটি শিশুৰ জন্ম দিছিল। দুদিনৰ পিছত শিশুটিৰ মৃত্যু হোৱা বুলি প্ৰকাশ,” তেওঁলোকে কয়।

বিহাৰৰ পাটনা আৰু নতুন দিল্লীত ক্ৰমে ২০১৭ আৰু ২০১৯ চনত এনে শিশুৰ জন্মৰ বাতৰি প্ৰকাশিত হৈছে।

এই ৰোগৰ কোনো নিৰাময় নাই, কিন্তু নৱজাতকৰ উন্নত যতনৰ জৰিয়তে শিশুক বচাৰ সম্ভাৱনা বৃদ্ধি কৰিব পৰা যায়।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd