• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক বিকল্প!! চ’চিয়েল মিডিয়াত চৰ্চাত ’২১ৰ চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 9:01 pm
835344-caa

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ফাইল ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী প্ৰতিবাদৰ মাজতে অসমৰ চ’চিয়েল মিডিয়াত ’২১ৰ “ৰাজনৈতিক বিকল্প” চৰকাৰৰ এক চৰ্চা চলিছে!

অসমৰ কা-বিৰোধী বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ নেতা, শিল্পীৰ অন্তৰ্ভুক্তিৰে এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকাও প্ৰকাশ পাইছে।

Apply Now

তালিকাখনত ৰাজনীতিৰ ক্ষেত্ৰত “সাপ-নেউল” প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈৰো নাম আছে।

তালিকাখনৰমতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী।

মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা- অজিত কুমাৰ ভূঞা/ প্ৰশান্ত ৰাজগুৰু, অখিল ৰঞ্জন দত্ত- ৰাজনৈতিক উপদেষ্টা, OSD- ৰাহুল গৌতম শৰ্মা, অৰ্থনৈতিক উপদেষ্টা- মৃণাল তালুকদাৰ, আইনী উপদেষ্টা- অৰূপ বৰবৰা, ৰাজ্যপাল- হীৰেন গোহাঁই, ৰাজ্য সভাৰ সাংসদ- জয়ন্ত বৰুৱা, অখিল গগৈ।

কা-বিৰোধিতাত সৰৱ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নাম তালিকাত নাই।

তালিকাখনৰমতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ’ব।

কোৱা হৈছে যে অসমৰ বাকী কিছু সমষ্টিৰ বাবে আৱেদন লৈ থকা হৈছে আৰু যোগ্য বুলি বিবেচিত হ’লে ঘোষণা হ’ব।

ৰাজ্যত এক নতুন আঞ্চলিক দল গঠনক লৈ চৰ্চা চলি থকাৰ পৰতে চ’চিয়েল মিডিয়াত এই তালিকাই ব্যাপক চৰ্চা লাভ কৰিছে।

বিজেপি নেতাৰ লগতে কা-বিৰোধীয়েও তালিকাখন চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। কোৱা হৈছে যে তালিকাখন হোৱাটছএপযোগে চলিছে।

social media buzz
এগৰাকী বিজেপি নেতাই কৰা পোষ্টৰ স্ক্ৰীনশ্বট।

বহু কা-বিৰোধীকে ধৰি বেছিসংখ্যক লোকেই এই সম্ভাৱ্য “বিকল্প”ৰ বিৰোধিতা কৰিছে।

এগৰাকী শিল্পীয়েও শ্বেয়াৰ কৰা তালিকাখনক লৈ একাংশই সমৰ্থন-বিৰোধিতা একো কৰা নাই, নগণ্যসংখ্যকে সমৰ্থন আৰু গৰিষ্ঠসংখ্যকে বিৰোধিতা কৰিছে।

কিছুমান কমেণ্ট: “Just like I oppose CAA, i oppose this list too!/ এতিয়াহে বুজিলো আন্দোলনৰ নামত এতিয়া ৰাজনৈতিক দল। বাঃ বাঃ বঢ়িয়া দে/ বান্ধৰক ছনদেছ দি লাভ নাই/ Finally justice should be done….dis would be d dream team for a new ASSAM…golden assam/ এইখন ১৫০০ টকীয়াৰ লিষ্ট/ হওক দিয়ক বাংলাদেশী মূলৰ এজন মূখ্যমন্ত্ৰী তালিকাত আছে/ এতিয়া আন্দোলন গুচি ৰাজনৈতিক প্ৰচাৰ হে হৈছে / বহুত ভাল হব..আমাক এনেকুৱা এখন প্রাৰ্থী তালিকাই লাগে” ইত্যাদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am
‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd