• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত নিৰ্বাচন সম্পৰ্কীয় সভা; কোভিডৰ সময়ত পোষ্টেল ভোট সম্পৰ্কে চৰ্চা

NE NOW NEWS চানু গগৈ
মৰিগাঁও , February 10, 2021 8:39 am

1 min read

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত নিৰ্বাচন সম্পৰ্কীয় সভা; কোভিডৰ সময়ত পোষ্টেল ভোট সম্পৰ্কে চৰ্চা
767
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলাবাৰে পুৱা ১০-৩০ বজাত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয় লৈ জিলা উপায়ুক্ত  লীনা দাসৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কোভিড-১৯ ৰ সম্পৰ্কে চোকা নজৰ ৰাখি নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা নতুন নিৰ্দেশনাৱলী মতে তিনিটা শ্ৰেণীৰ অনুপস্থিত ভোটাৰৰ (Absentee Voter) ৰ বাবে পোষ্টেল বেলট কাগজ যোগে কিদৰে ভোট দানৰ সুবিধা কৰিব লাগিব তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয়।

৮০ বছৰৰ উৰ্দ্ধৰ  জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম লোক আৰু কৰোনা আক্ৰান্ত অথবা কৰোনা আক্ৰান্ত বুলি সন্দেহ থকা লোকক সংশ্লিষ্ট বিভাগৰ পৰা প্ৰমান পত্ৰ পোৱাৰ পিছত ঘৰৰ পৰাই পোষ্টেল বেলট কাগজ যোগে ভোট দানৰ সুবিধাৰ বাবে নিৰ্বাচন বিভাগৰ দ্বাৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি নিৰ্বাচন বিষয়াই জানিবলৈ দিয়ে।

সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত  অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া  দীপময় ঠাকুৰীয়া জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰী প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত আছিল।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd