• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কা’ৰ বিৰোধিতাৰে ভোট দিয়াৰ আহ্বান জনাই টীয়কত আছুৰ মটৰ চাইকেল ৰেলী

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , March 20, 2021 3:13 pm

1 min read

Teok
1.9k
VIEWS
Share on FacebookShare on Twitter

কা বিৰোধী স্থিতি গ্ৰহণ কৰা ৰাজনৈতিক দলক ভোট দিয়াৰ আহ্বান জনাই তথা মিত্ৰ জোঁটৰ প্ৰাৰ্থীৰ বিপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি ছাত্র সন্থাই টীয়কৰ ৰাজপথত বৃহৎ মটৰ চাইকেল ৰেলী উলিয়াই।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক, শিমলুগুৰি আৰু লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক হাইস্কুলৰ খেলপথাৰৰ পৰা উলিওৱা এই ৰেলীত যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে টীয়ক সমষ্টিত অগপই অসমৰ অন্যতম যুৱনেতা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ আঞ্চলিকতাবাদৰ আদৰ্শ তথা অসম চুক্তিক ভৰিৰে মোহাৰি বিজেপিৰ লগত কেৱল ক্ষমতাৰ লোভত মিলিত হৈ অসমীয়া জাতিৰ স্বাভিমানত যি আঘাত হানিছে বুলি অভিযোগ কৰিছে আছুৱে।

ৰেলীত অংশগ্ৰহণকাৰী আছুৰ নেতাসকলে ইয়াৰ তাৰ প্ৰত্যুত্তৰ অহা ২৭ তাৰিখে ভোটৰ বাকচত দিবলৈ ৰাইজক আহ্বান জনাইছেl

Recent News

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd